• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুৰণিগুদামত চাৰিদিনীয়া কাৰ্য্যসূচীৰে মিকিৰহাট নামঘৰৰ নৱ নিৰ্মিত ভৱন উদ্বোধন

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
May 22, 2019 4:54 pm
IMG-20190522-WA0008

পুৰণিগুদামত নতুনকৈ উদ্বোধন হোৱা নামঘৰটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোৱা নগাঁও জিলাৰ পুৰণিগুদামৰ পুৰণি গাঁও মিকিৰহাটৰ ৰাজহুৱা নামঘৰৰ নৱ নিৰ্মিত ভৱনটিৰ শুভাৰম্ভ অনুষ্ঠানৰ ১৮ মে’ত গুৰু আসন প্ৰতিষ্ঠাৰ জৰিয়তে আৰম্ভ কৰে এক শৰণ ভাগৱতী সমাজৰ একনিষ্ঠ সেৱক দুতিৰাম আতাই।

চকুত লগাকৈ নিৰ্মাণ কৰা নামঘৰটি গ্ৰাহ-গজেন্দ্ৰ সহিতে বাটচ’ৰা, অগ্নিগড়, জয় বিজয়ৰ মূৰ্ত্তি, গায়ন বায়নৰ মূৰ্ত্তি, সিংহ দ্বাৰ আদিৰে সুন্দৰকৈ সজাই তোলা হৈছে। নামঘৰৰ আসন প্ৰতিষ্ঠাৰ উপৰিও উদ্বোধনীৰ দিনাখন প্ৰাতঃ প্ৰসঙ্গ, খোল প্ৰসঙ্গ, যপ-যজ্ঞ, সান্ধ্য প্ৰসঙ্গ আদি মাংগলিক কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়।

Apply Now

আনহাতে, ১৯ মে’ত মিকিৰহাট নামঘৰৰ প্ৰঙ্গণত এক শৰণ ভাগৱতী সমাজৰ ধৰ্মধ্বজা উত্তোলন কৰে দুতিৰাম আতাই। তাৰ পাছতেই এক আকৰ্ষণীয় ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। ঠিক একেদৰে ২০ মে’ তাৰিখে প্ৰাতঃপ্ৰসংগ অনুষ্ঠিত হোৱাৰ পাছত পৰিৱেশ নিকাকৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। পুৱাৰ ভাগত অনুষ্ঠিত এটি গুৰুত্বপূৰ্ণ কাৰ্যসূচী হ’ল তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা।

বিয়লি চাৰি বজাত ভুৱনেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত ধৰ্মালোচনী সভাত তত্ত্ব পৰিষদৰ সদস্য মুহিধৰ আতাই ‘আচাৰ্য প্ৰণাম’ কাৰ্যসূচী উদ্বোধন কৰি তাত্ত্বিক ব্যাখ্যা আগবঢ়োৱাৰ পিছত সভা উদ্বোধন কৰে নগাঁও জিলা একশৰণ ভাগৱতী সমাজৰ উপ-সভাপতি টংকেশ্বৰ আতৈয়ে। নিৰ্দ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই নগাঁও জিলা একশৰণ ভাগৱতী সমাজৰ প্ৰধান সচিব জীৱন কাকতি আৰু নগাঁও জিলা একশৰণ ভাগৱতী সমাজ পুৰ্বাঞ্চলিকৰ নামাচাৰ্য ৰবিৰাম আতৈয়ে।

একশৰণ ভাগৱতী সমাজৰ উপাচাৰ্য অনুৰাম দাস আতাই বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়াই কয় যে বিশ্ব শান্তিৰ বাবে শংকৰদেৱ গুৰুজনাৰ আদৰ্শ আজিও প্ৰাসঙ্গিক হৈ আছে। ধৰ্মালোচনী সভাৰ অন্তত পৰমানন্দ দাসৰ পৰিচালনাত এক ঘন্টাজোৰা গুণমালা কীৰ্ত্তন অনুষ্ঠিত হয়।

গুণমালা কীৰ্তনৰ পাছত মাজ নিশা নগাঁও জিলাৰ বুঢ়া আতা সকলৰ পৰিচালনাত মহা পালনাম অনুষ্ঠিত হয়। তদুপৰি ২১ মে’ত পুৱা পালনামৰ সামৰণি পৰে আৰু বিয়লিলৈ ভকত বিদায় আৰু ধৰ্মধ্বজা অৱতৰণৰ জৰিয়তে চাৰি দিনীয়া কাৰ্যসূচীৰ সফল সামৰণি পৰা দেখা যায় পুৰণিগুদামৰ মিকিৰহাট গাঁৱত।

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd