• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৱ পৰিণীতাৰ মৃত্যু : স্বামীয়ে হত্যা কৰাৰ অভিযোগ মৃতা পৰিণীতা পিতৃ পৰিয়ালৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 3, 2021 4:22 pm

1 min read

death_5fe6bc6b3b24b

প্ৰতিনিধিত্বমূলক ফটো।

153
VIEWS
Share on FacebookShare on Twitter

এগৰাকী নৱ পৰিণীতাৰ যোৱা শুকুৰাবৰে ৰহস্যজনকভাৱে মৃত্যু ঘটিছে। মৃত পৰিণীতাগৰাকীক স্বামীয়ে হত্যা কৰা বুলি পিতৃ পৰিয়ালে অভিযোগ কৰিছে।

মাত্ৰ দুমাহৰ পূৰ্বে মৃত্যু হোৱা নৱ পৰিণীতাগৰাকীৰ পিতৃ-মাতৃসহ পৰিয়াল লোকে পৰিণীতাৰ স্বামীয়ে হত্যা কৰাৰ অভিযোগত স্থানীয় উপায়ুক্তৰ কাৰ্যালয়তো ধৰ্ণা দিছে।

উল্লেখ্য যে ২২ বছৰীয়া কথুৱাৰ পল্লৱী নামৰ যুৱতী গৰাকী জম্মুৰ চাম্বা চহৰৰ অভিষেক বিদ্যালৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

যোৱা ৩১ ডিচেম্বৰত পল্লৱীয়ে পৰিয়ালৰ লোকলৈ হোৱাটছএপ যোগে নিজৰ জীৱন বিপদাপন্ন বুলি ছটাকৈ মেচেজ কৰিছিল বুলি পৰিয়ালৰ লোকে দাবী কৰিছে।

ইফালে মৃত পৰিণীতাগৰাকীৰ মৃতদেহ ৰাজপথত লৈ পৰিয়ালৰ লোকে অভিযুক্ত স্বামীক গেপ্তাৰৰ দাবী জনায়।

ইয়াৰ পিছতে আৰক্ষীয়ে মৃত পৰিণীতাৰ স্বামীৰ পৰিয়ালৰ সদস্যসকলক আটক কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

আনহাতে স্বামী পৰিয়ালে নৱ পৰিণীতাগৰাকীয়ে আত্মহত্যা কৰা বুলিহে দাবী কৰিছে।

Recent News

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd