• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৱবিবাহিত দম্পতীৰ কৰুণ মৃত্যু! একেলগে মুখাগ্নি কৰা হ’ল দুয়োকে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 26, 2024 1:10 pm
2.1k
VIEWS
Share on FacebookShare on Twitter

বৰছলাত একেলগে জ্বলিল নৱবিবাহিত দম্পতীৰ চিতা। দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি ল’লে নৱবিবাহিত দম্পতীহালে।

২০ নৱেম্বৰত শোণিতপুৰ জিলাৰ ৰাক্ষসমাৰীত অনুষ্ঠিত ৰাসৰ অনুষ্ঠানৰ পৰা পুৱতি নিশা ঘৰমুৱা হৈ উভতি অহা পথত নাৰায়ণপুৰ তিনিআলিত সংঘটিত হ’ল এক পথ দুৰ্ঘটনা। এখন দ্ৰুতবেগী ট্ৰেভেলাৰৰ খুন্দাত গুৰুত্বৰভাৱে আহত হৈ গুৱাহাটীৰ বেলতলাৰ এখন ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসাধীন হৈ আছিল দম্পতীহাল। কিন্তু অৱশেষত মৃত্যুৰ কোলাত শুই পৰিল দুয়ো।

অনাকাংক্ষিত এক পথ দুৰ্ঘটনাত পতিত হৈ অকালতে মৃত্যুক আঁকোৱালি ল’লে সংস্কৃতিৱান, প্ৰতিভাৱান স্বামী-স্ত্ৰী ৰিতম নাথ আৰু পলী দেৱীয়ে।

একেটা পথ দুৰ্ঘটনাতে থিতাতে নিহত হৈছিল ঢেকিয়াজুলিৰ নাৰায়ণপুৰত চাহ বাগিচাৰ সহঃপৰিচালক সাগৰ দাস। পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ সংকটজনক অৱস্থাত GMCHত চিকিৎসাধীন হৈছিল ৩গৰাকী লোক। ইয়াৰে সংকটজনক অৱস্থাত আছিল পলী দেৱী আৰু ৰিটম নাথ।

ৰাস মহোৎসৱৰ পৰা জ্যেষ্ঠ ভগ্নীৰ ঘৰলৈ উভতাৰ পথত কৃতি ডেকা নামৰ এজন যুৱককো মহটিয়াই নিছিল তীব্ৰবেগী ট্ৰেভেলাখনে। তিনিওকে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰিছিল। পৰৱৰ্তী সময়ত ৰিটম আৰু পলীক এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে ৰিটম-পলী বহুদিনীয়া প্ৰেমে চাৰিমাহ পূৰ্বে লাভ কৰিছিল পূৰ্ণতা। ৪ মাহ পূৰ্বে বিবাহ সম্পন্ন হৈছিল পলী আৰু ৰিটমৰ।

Recent News

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

দেশত অন্ত পৰিব নে বৰ্ণ বৈষম্য! তিৰুপতিৰ কলেজত দলিত ছাত্ৰৰ ওপৰত নৃশংস নিৰ্যাতন

দেশত অন্ত পৰিব নে বৰ্ণ বৈষম্য! তিৰুপতিৰ কলেজত দলিত ছাত্ৰৰ ওপৰত নৃশংস নিৰ্যাতন

সম্ভল জামা মছজিদৰ জৰীপ গোচৰ : মুছলমান পক্ষৰ পুনৰীক্ষণ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

সম্ভল জামা মছজিদৰ জৰীপ গোচৰ : মুছলমান পক্ষৰ পুনৰীক্ষণ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

এছ বি আইৰ ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ পুনৰ হ্ৰাস: এতিয়া সৰ্বোচ্চ হাৰ ৬.৭০%

এছ বি আইৰ ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ পুনৰ হ্ৰাস: এতিয়া সৰ্বোচ্চ হাৰ ৬.৭০%

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd