• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিবাহৰ নিমন্ত্ৰিত অতিথিয়েই বহন কৰিব লাগিব অভ্যৰ্থনাৰ খৰচ! অদ্ভুত আবদাৰ নৱ দম্পতীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2021 8:47 pm
Newlyweds charges guests rs 7300 for food at their wedding reception
255
VIEWS
Share on FacebookShare on Twitter

ইণ্টাৰনেটত চকু ফুৰালেই নিতৌ এনে কিছু খবৰ দেখিবলৈ পোৱা যায়, যিবোৰে মানুহক খোৰাকী দিয়ে। এনে এটা খবৰেই ভাইৰেল হৈছে ইণ্টাৰনেটত। বহু লোকে এই খবৰত হাঁহিৰ খোৰাক পোৱাৰ লগতে শ্বেয়াৰ কৰি ভাইৰেল কৰিছে এখন বিশেষ বিবাহ আমন্ত্ৰণ পত্ৰ।

বহু লোকে এই পত্ৰখনৰ সমৰ্থনত পত্ৰখন প্ৰকাশ কৰা দম্পতীটোক প্ৰসংশা কৰাৰ বিপৰীতে আন কিছু লোকে ঠাট্টা-নিন্দাসূচক মন্তব্য আগবঢ়াইছে দম্পতী হালক লক্ষ্য কৰি।

সি যি কি নহওক এহাল আমেৰিকান দম্পতীৰ এক আচৰিত সিদ্ধান্তই বৰ্তমান এক আলোড়নৰ সৃষ্টি কৰিছে। পিছে কি আছে বিশেষ বিবাহৰ আমন্ত্ৰণ পত্ৰখনত,যাৰ বাবে এনে আলোড়নৰ সৃষ্টি হৈছে !

ইণ্টাৰনেটত ভাইৰেল হৈ পৰা বিবাহৰ আমন্ত্ৰণ পত্ৰখনত স্পষ্ট কৰি দিছে যে অতিথিসকলে অভ্যৰ্থনালৈ আহিবলৈ ৯৯ আমেৰিকান ডলাৰ ব্যয় কৰিব লাগিব। ভাৰতীয় টকাৰ হিচাপত ইয়াৰ পৰিমাণ ৭,৩০০ টকা।

তেওঁলোকে আমন্ত্ৰণ পত্ৰত উল্লেখ কৰিছে যে বিবাহ অনুষ্ঠানটোৰ প্ৰৱেশদ্বাৰত নৱদম্পতিক ধনেৰে শুভেচ্ছা জনোৱাৰ বাবে এক নিৰ্দিষ্ট স্থান ঠিক কৰি দিয়া হ’ব । এই টকাৰে তেওঁলোকে মধুচন্দ্রিমা ভ্ৰমণ কৰিব। আনহাতে গুজৱ ওলাইছে যে দম্পতীহাল পূৰ্বে বিবাহিত আৰু তেওঁলোকৰ তিনিটা সন্তান আছে।

নিমন্ত্ৰণ পত্ৰখনে নিমন্ত্ৰিত অতিথিৰ মাজত বিতৰ্কৰ উদ্ভৱ কৰিছে। বহুতৰ মতে, দম্পতীহালৰ এনে আচৰণ একেবাৰে সভ্য নহয়। এইটো অতিথিসকলৰ বাবে অপমানজনক।

আনহাতে, কিছুমান লোকে অনুভৱ কৰে যে এনে সিদ্ধান্ত তেওঁলোকৰ নিজৰ খৰচ বচাবলৈ সঁচাকৈয়ে প্ৰশংসনীয়। কাৰণ তেওঁলোকে এটা খৰচত বিয়া পাতি আছে। এই উপলক্ষে আনক অভ্যৰ্থনা কৰাৰ কোনো অৰ্থ নাই। বহু লোকে দম্পতীহালৰ এই সিদ্ধান্তক প্ৰশংসা কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd