• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিত যোগদান কৰিব মহেন্দ্ৰ সিং ধোনীয়ে! ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা বাতৰিৰ সত্যতা কিমান?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2019 3:44 pm
amitshahmsdhonibjp03042019

এম এছ ধোনী আৰু অনিত শ্বাহ। উৎস-ইণ্টাৰনেট

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ সময়ত অভিনেতা-অভিনেত্ৰীক দললৈ আমন্ত্ৰণ জনাই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে চেষ্টা কৰি আহিছে আৰু বিভিন্নগৰাকী অভিনেতা-অভিনেত্ৰীয়ে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলত যোগদান কৰাও দেখা গৈছে।

ছ’চিয়েল মিডিয়াত এনে ধৰণৰ বাতৰি প্ৰচাৰ হোৱা দেখা যায় যদিও কিছুমান সময়ত ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা বহু বাতৰি ভূল বুলি প্ৰমাণিত হৈছে।সম্প্ৰতি এম এচ ধোনীৰ বিজেপিত যোগদান কৰাৰ ভূৱা খবৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

Apply Now

ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী আৰু বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু ধোনীয়ে অৱসৰৰ পাছতে বিজেপি দলত যোগদান কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি খবৰ প্ৰকাশ পাইছে।

‘অমিত শ্বাহ ফেন টিম’ নামৰ ফেইচবুক পেজটোৱে বিজেপিৰ সভাপতি অমিত শ্বাহৰ লগত ধোনীয়ে কৰমৰ্দন কৰি থকাৰ এখন ফটো মঙলবাৰে আপলোড কৰে য’ত কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱেলো উপস্থিত থকা দেখা গৈছে।

পেজটোত এনেদৰে লিখিছে-‘মহেন্দ্ৰ সিং ধোনীয়ে বিজেপিত যোগদান কৰিছে আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। আপুনি ধোনীক শুভেচ্ছা জ্ঞাপন নকৰিবনে?’

বাতৰি লিখাৰ সময়লৈ উক্ত ফেইচবুক পোষ্টটো প্ৰায় ১০০০তকৈও অধিক ফেইচবুক ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছে।

ফটোখনৰ সম্বন্ধে গৱেষণা কৰাত ফটোখন ২০১৮ চনৰ আগষ্ট মাহৰে বুলি জানিব পৰা যায় আৰু সেই সময়ত ৰাজনৈতিক নেতাদুগৰাকীয়ে ধোনীক দিল্লীত অনুষ্ঠিত হোৱা ‘সম্পৰ্ক ফৰ সমৰ্থন’ অনুষ্ঠানত সাক্ষাৎ কৰিছিল। ক্ৰিকেট এদিক্টৰ নামৰ ৱেবচাইটোৱে একেই ফটোৰ সৈতে বাতৰিটো  প্ৰকাশ কৰিছে।

ধোনীৰ ভাইৰেল হোৱা বাতৰি সন্দৰ্ভত ধোনীৰ মেনেজাৰে ধোনীয়ে ৰাজনীতিত যোগদান কৰা সন্দৰ্ভত কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি  উল্লেখ কৰি খবৰটো ভূৱা বুলি মত প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd