• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেইচবুকে আগ বঢ়াব News; চুক্তিবদ্ধ নিউজ প্ৰতিষ্ঠানক দিব বাৰ্ষিক ২০ কোটি টকা পৰ্য্যন্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 26, 2019 5:42 pm
facebook News

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনপ্ৰিয় ছ’চিয়েল মিডিয়া ফেইচবুকে য়ুজাৰক দিয়া ইয়াৰ সুবিধাবোৰৰ ভিতৰত বাতৰি (নিউজ)ক সংযোজন কৰাৰ এটা বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।

আমেৰিকাৰ সংবাদ প্ৰতিষ্ঠানবোৰত এই ডাঙৰ খবৰটো প্ৰকাশ পাইছে আৰু এই পদক্ষেপক বিশ্বৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানবোৰে উৎসাহজনক অগ্ৰগতি হিচাপে জ্ঞান কৰা দেখা গৈছে।

Apply Now

২৫ অক্টোবৰত ফেইচবুকে এই গুৰুত্বপূৰ্ণ ঘোষণাটো কৰে আৰু মুখ্য কাৰ্য্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে নিউয়ৰ্কত ইয়াৰ শুভাৰম্ভ কৰে।

Vox নামৰ বাতৰি প্ৰতিষ্ঠানটো বাতৰিটোৰ সৈতে দিয়া বিৱৰণ মতে, এতিয়াৰ পৰা য়ুজাৰসকলে ফেইচবুকত এটা news tab-ৰ আইকন দেখিবলৈ পাব, য’ত ক্লিক কৰিলে নিৰ্বাচিত নিউজবোৰৰ হেডলাইনবোৰ দেখা পাব।

য়ুজাৰে এই হেডলাইনত ক্লিক কৰিলে নিৰ্দিষ্ট সংবাদ প্ৰতিষ্ঠানটোৰ ৱেবছাইটলৈ ৰিডাইৰেক্ট হ’ব আৰু বাতৰিটো বিনামূলীয়াকৈ পঢ়িব পাৰিব। আনকি পেইমেণ্ট কৰি পঢ়িব লগীয়া নিউজ আইটেমবোৰো ইয়াৰ জৰিয়তে গ’লে বিনামূলীয়াকৈ পঢ়িব পৰা যাব।

অৱশ্যে এয়া এটা “alpha” ভাইৰ্ছন (পৰীক্ষামূলক) হৈ আছে আৰু এতিয়া আমেৰিকাৰ কেইলাখ মান মানুহৰ বাবেহে উপলব্ধ হৈছে।

য়ুজাৰৰ বাবে দিব লগীয়া বাতৰিবোৰ নিৰ্বাচনৰ বাবে ফেইচবুকৰ এডিটৰমণ্ডলী থাকিব, বাতৰি প্ৰতিষ্ঠানটোত প্ৰকাশ।

নিজৰ য়ুজাৰক দিবৰ বাবে ফেইচবুকে নিউজ সংগ্ৰহ কৰিব নিৰ্বাচিত কিছুমান বাতৰি প্ৰতিষ্ঠানৰ পৰা, যিবোৰক নিউজ পাৰ্টনাৰ বুলি কোৱা হৈছে।

গুৰুত্বপূৰ্ণ কথাটো হৈছে, চুক্তিবদ্ধ সংশ্লিষ্ট বাতৰি প্ৰতিষ্ঠানক ফেইচবুকে বৃহৎ অংকৰ ধন দিব। তিনি বছৰৰ চুক্তিত প্ৰতি বছৰত তিনি নিযুত ডলাৰ পৰ্য্যন্ত দিব পাৰে, Vox ৰ লগতে আমেৰিকাৰ আন কিছু সংখ্যক সংবাদ প্ৰতিষ্ঠানৰ দাবী।

বৰ্তমানলৈকে ফেইচবুকে য়ু এছ টুডে’, ৱাল ষ্ট্ৰীট জাৰ্নেল আদিৰ দৰে বৃহৎ প্ৰতিষ্ঠানৰ উপৰি আঞ্চলিক বাতৰি প্ৰতিষ্ঠানৰ বাতৰিও অন্তৰ্ভুক্ত কৰিছে।

ফেইচবুকৰ এই নিউজ পাৰ্টনাৰিং পদক্ষেপে ভাৰতৰ বাতৰি প্ৰতিষ্ঠানবোৰৰ বাবে বৃহৎ সুযোগ আনি দিব পাৰে বুলি আশা কৰা হৈছে। কিয়নো, সফল পৰীক্ষা সম্পন্ন হোৱাৰ পিছত ভাৰতৰ দৰে বৃহৎ সংখ্যক য়ুজাৰ থকা দেশত ইয়াৰ ৰূপায়ণ এৰাই চলা ছ’চিয়েল মিডিয়া কোম্পানিটোৰ বাবে কঠিন হ’ব।

দেশ হিচাপে ভাৰতত বিশ্বৰ ভিতৰতে সৰ্বাধিক সংখ্যক য়ুজাৰ আছে ফেইচবুকৰ।

ফেইচবুকত এই নতুন শিতানটোৰ সংযোজন হ’লেও পূৰ্বৰ দৰেই মূল পেইজৰ পৰা বাতৰিবোৰ আঁতৰাই দিয়া নহয়, বাতৰি প্ৰতিষ্ঠানটো কোৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd