DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মালালাক পুনৰ হত্যাৰ ভাবুকি দিলে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে, ইমৰাণ খানক জবাবদিহি কৰিলে ন’বেল প্ৰাপকে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2021 5:08 pm
MACK106-126_2018_234710
243
VIEWS
Share on FacebookShare on Twitter

সন্ত্ৰাসবাদীৰ সমান্তৰাল শাসন চলি থকা পাকিস্তানত প্ৰায় ৯ বছৰ পূৰ্বে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল এগৰাকী ১৫ বছৰীয়া কিশোৰী ।

দেশ খনত তালিবানৰ বাধাকো নেওচি সেই গৰাকী কিশোৰীয়ে স্ত্ৰী শিক্ষাৰ হকে দেহে কেহে খাটিছিল।তেওঁ আছিল মালালা ইউছুফজাই।

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যোৱাৰ বাবেই ২০১২ চনত মালালাৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলাইছিল প্ৰাণঘাতী আক্ৰমণ।

মালালাৰ চকুৰ কাষৰে গুলি পাৰহৈ গৈ কান্ধত আঘাত কৰিছিল। সেইবাৰলৈ কথমপি প্ৰাণ ৰক্ষা পৰিছিল মালালাৰ।

তেতিয়াৰে পৰাই বিদেশত আশ্ৰয় গ্ৰহণ কৰি থকা মালালালৈ আহিছে পুনৰ মৃত্যুৰ ভাবুকি।

তেহৰিক-ই-তালিবান পাকিস্তানৰ প্ৰাক্তন মুখপাত্ৰ এহচানে টুইটাৰত মালালাক ভাবুকি দি কৈছে যে প্ৰথমবাৰ বাচি গ’লেও দ্বিতীয়বাৰ আৰু ভুল হ’বলৈ দিয়া  নহ’ব ।

মালালাক এনেদৰে ভাবুকি দিয়াৰ পিছতে টুইটাৰে সন্ত্ৰাসবাদী জনৰ টুইটাৰ একাউণ্ট বন্ধ কৰি দিছে।

উল্লেখ্য পাক চৰকাৰৰ উদাসীনতাৰ সুযোগ লৈ যোৱা বছৰৰ জানুৱাৰী মাহত পাকিস্তানৰ কাৰাগাৰৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল এহচান।

মৃত্যুৰ ভাবুকি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মালালাই পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানক কঠোৰ সমালোচনা কৰিছে।

সন্ত্ৰাসবাদী জনে কিদৰে কাৰাগাৰৰ পৰা পলাই যাবলৈ সক্ষম হ’ল সেয়া ৰহস্যৰ বিষয় বুলি মালালাই মন্তব্য কৰিছে। তেওঁ ইয়াৰ বাবে ইমৰাণ খানক জবাবদিহিও কৰিছে।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd