• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুলীয়াজানত পথচ্যুত ৰে’ল: অসমত ১৯খন ট্ৰেইনৰ পথ পৰিৱৰ্তন, বাতিল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2019 5:28 pm
NF Railway: Train running affected in Assam due to derailment of goods train

ভাৰতীয় ৰে’ল। ছবি সৌজন্য- টুইটাৰ।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে পুৱা প্ৰায় ৬.৪০ বজাত তিনিচুকীয়া সংমণ্ডলত নাহৰকটীয়া আৰু দুলীয়াজান ষ্টে’চনৰ মাজত মালবাহী ৰে’ল এখন পথচ্যুত হৈছে।

ফলত তিনিচুকীয়া-নামৰূপ-শিমলুগুৰি (মেইনলাইন)ৰ মাজত ৰে’ল চলাচল বন্ধ হৈ পৰিছে।

Apply Now

এন এফ ৰেলৱেই অসমত ১৯খন ৰে’লৰ যাত্ৰাপথ পৰিৱৰ্তন/ বাতিল কৰিছে।

এন এফ ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দাই এই কথা সদৰী কৰিছে।

Goods train derailed near Duliajan station under Tinsukia division of NFR. As a result some trains have been diverted. ART is already at site. Restoration work is on. pic.twitter.com/63k5O1V2X9

— N. F. Railway (@RailNf) December 8, 2019

যাত্ৰাপথ পৰিৱৰ্তন/ বাতিল হোৱা ৰে’লসমূহ–  

১. 14056 দিল্লী-ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ মেইল/ যাত্ৰাৰম্ভ 05.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন–ডিব্ৰুগড় হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

২. 14056 দিল্লী-ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ মেইল/ যাত্ৰাৰম্ভ 06.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন–ডিব্ৰুগড় হৈ যাত্ৰা পৰিৱৰ্তন কৰা হৈছে।

৩. 14055 ডিব্ৰুগড়-দিল্লী ব্ৰহ্মপুত্ৰ মেইল/ যাত্ৰাৰম্ভ 08.12.19/ ডিব্ৰুগড়-শিৱসাগৰ টাউন– শিমলুগুৰি হৈ যাত্ৰা পৰিৱৰ্তন কৰা হৈছে।

৪. 12423 ডিব্ৰুগড়—নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 08.12.19 / ডিব্ৰুগড়-শিৱসাগৰ টাউন-শিমলুগুৰি হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

৫. 12424 নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 07.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড় হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

৬. 15930 ডিব্ৰুগড়-তাম্বাৰাম এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 08.12.19/ ডিব্ৰুগড়-শিৱসাগৰ টাউন-শিমলুগুৰি হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

৭. 15959 হাওৰা-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 07.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড় হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

৮. 15603 গুৱাহাটী-লিডু ইণ্টাৰচিটি এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 07.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড়-লিডু হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

৯. 15941 ঝাঝা-ডিব্ৰুগড় এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 06.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড় হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

১০. 15909 ডিব্ৰুগড়-লালগড় অৱধ আছাম এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 08.12.19/ ডিব্ৰুগড়-শিৱসাগৰ টাউন-শিমলুগুৰি হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

১১. 15929 তাম্বাৰাম-ডিব্ৰুগড় এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 05.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড় হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

১২. 15910 লালগড়—ডিব্ৰুগড় অৱধ আছাম এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 05.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড় হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

১৩. 15604 লিডু-গুৱাহাটী ইণ্টাৰ্চিটি এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 08.12.19/ লিডু-ডিব্ৰুগড়-শিৱসাগৰ টাউন-শিমলুগুৰি হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

১৪. 15967 ৰঙিয়া-ডিব্ৰুগড় ইণ্টাৰচিটি এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 08.12.19/ ডিব্ৰুগড়-শিৱসাগৰ টাউন-শিমলুগুৰি হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

১৫. 15960 ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 08.12.19/ ডিব্ৰুগড়-শিৱসাগৰ টাউন-শিমলুগুৰি হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

১৬. 13282 ৰাজেন্দ্ৰনগৰ—নিউ তিনিচুকীয়া এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 07.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড়-নিউ তিনিচুকীয়া হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

১৭. 55901 লামদিং-তিনিচুকীয়া পেছেঞ্জাৰ/ যাত্ৰাৰম্ভ 08.12.19/ মৰিয়নি আৰু তিনিচুকীয়াৰ মাজত আংশিকভাৱে বাতিল থাকিব।

১৮. 55902 তিনিচুকীয়া-লামদিং পেছেঞ্জাৰ/ যাত্ৰাৰম্ভ 08.12.19/ মৰিয়নিৰ পৰা চলিব আৰু মৰিয়নি আৰু তিনিচুকীয়াৰ মাজত বাতিল থাকিব।

১৯. 55914 তিনিচুকীয়া-যোৰহাট টাউন পেছেঞ্জাৰ/ যাত্ৰাৰম্ভ 08.12.19/ বাতিল থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd