• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NF ৰে’লৱেৰ বিশেষ ৰে’লৰ চলাচলৰ সময়সূচীৰ সম্প্ৰসাৰণ; কেইখনমান ৰে’লৰ সময়সূচীৰ সংশোধন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2025 1:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰে’ল যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰে’লৱেই তিনিযোৰ বিশেষ ৰে’ল সেৱাৰ চলাচলৰ সময়সূচী সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ৰে’লসমূহৰ ভিতৰত আছে-ৰে’ল নং০৯৬২৩/০৯৬২৪ (উদয়পুৰচিটি-ফৰবেচগঞ্জ-উদয়পুৰ চিটি), ৰে’ল নং ০১৪০৫/০১৪০৬ (কোলহাপুৰ-কাটিহাৰ-কোলহাপুৰ) আৰু ৰে’ল নং০৯১৮৯/০৯১৯০ (মুম্বাই চেণ্ট্ৰেল-কাটিহাৰ-মুম্বাই চেণ্ট্ৰেল)।

ইয়াৰ লগতে, উত্তৰ পূব সীমান্ত ৰে’লৱেই পৰিচালন দক্ষতা উন্নত কৰাৰ বাবে কিছুসংখ্যক ৰে’লৰ গতিবেগ বৃদ্ধি কৰাৰ লগতে সময়সূচীৰ সংশোধন কৰিছে।

Apply Now

১১ মে, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং. ১৫৪১৭/১৫৪১৮ (আলিপুৰদুৱাৰ জংচন-শিলঘাটটাউন-আলিপুৰদুৱাৰ জংচন) ৰাজ্যৰাণী এক্সপ্ৰেছ আৰু ৰে’ল নং ৫৫৪৬৫ (আলিপুৰদুৱাৰ জংচন-বামনহাট) পেছেঞ্জাৰ ৰে’লখনৰ সময়সূচীৰ সংশোধন কৰা হৈছে। এই সংশোধনসমূহে গতিবেগ বৃদ্ধি, ভ্ৰমণৰ সময়সীমা হ্ৰাস আৰু যাত্ৰীৰ সুবিধা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

সেই অনুসৰি, ০৬মে, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং. ০৯৬২৩ (উদয়পুৰ চিটি- ফৰবেচগঞ্জ) অতিৰিক্ত চাৰিটা ট্ৰিপৰ বাবে প্ৰতি মঙলবাৰে সম্প্ৰসাৰিত সেৱাৰ সৈতে চলাচল কৰিব আৰু ০৮ মে, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল  নং. ০৯৬২৪ (ফৰবেচগঞ্জ- উদয়পুৰ চিটি) ৰে’লখন অতিৰিক্ত চাৰিটা ট্ৰিপৰ বাবে প্ৰতি বৃহস্পতিবাৰে সম্প্ৰসাৰিত সেৱাৰ সৈতে চলাচল কৰিব।

৪ মে, ২০২৫তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং০১৪০৫ (কোলহাপুৰ-কাটিহাৰ) ৰে’লখন প্ৰতি দেওবাৰে অতিৰিক্ত চাৰিটা ট্ৰিপৰ বাবে সম্প্ৰসাৰিত সেৱাৰ সৈতে চলাচল কৰিব আৰু ০৬মে, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং. ০১৪০৬ (কাটিহাৰ-কোলহাপুৰ) ৰে’লখন প্ৰতি মঙলবাৰে অতিৰিক্ত চাৰিটা ট্ৰিপৰ বাবে সম্প্ৰসাৰিত সেৱাৰ সৈতে চলাচল কৰিব।

০৩ মে, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং. ০৯১৮৯ (মুম্বাই চেণ্ট্ৰেল-কাটিহাৰ)প্ৰতি শনিবাৰে অতিৰিক্ত পাঁচটা ট্ৰিপৰ বাবে সম্প্ৰসাৰিত সেৱাৰ সৈতে চলাচল কৰিব আৰু ০৬মে, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং. ০৯১৯০ (কাটিহাৰ-মুম্বাই চেণ্ট্ৰেল) প্ৰতি মঙলবাৰে অতিৰিক্ত পাঁচটা ট্ৰিপৰ বাবে সম্প্ৰসাৰিত সেৱাৰ সৈতে চলাচল কৰিব। এই ৰে’লসমূহ বিদ্যমান সময়সূচী, পথ, ডবাৰ গঠন, ষ্টপেজ আৰু চলাচলৰ দিনৰ সৈতে চলিব।

তদুপৰি, পৰ্যটক সমাগমৰ ভৰ বতৰত সহায়ক হোৱাকৈ দাৰ্জিলিং হিমালয়ান ৰে’লৱে (ডিএইচআৰ)ত পাঁচটা বিশেষ ডিজেল জয়ৰাইডৰ সেৱা সম্প্ৰসাৰিত কৰা হৈছে, য’ত ৰে’ল নং. ০২৫৪৬ (দাৰ্জিলিং-ঘুম-দাৰ্জিলিং) ৰে’লখনৰ সেৱা ১৫ জুলাই, ২০২৫ পৰ্যন্ত সম্প্ৰসাৰিত কৰা হৈছে, যি সেৱা ০১ মে, ২০২৫ তাৰিখে আৰম্ভ কৰা হৈছিল। তদুপৰি, ০২৫৪৭, ০২৫৪৮, ০২৫৪৯ আৰু ০২৫৫০ (দাৰ্জিলিং-ঘুম-দাৰ্জিলিং) বিশেষ ডিজেল জয়ৰাইডৰ সেৱা ১ জুলাই ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ১৫ জুলাই, ২০২৫ লৈকে বাহাল থাকিব।

সংশোধিত সময়সূচীৰ সৈতে, ১১-০৫-২০২৫ তাৰিখৰ কাৰ্যকৰী হোৱাকৈ ৰে’ল নং ১৫৪১৭ (আলিপুৰদুৱাৰ জংচন -শিলঘাট টাউন) ৰাজ্যৰাণী এক্সপ্ৰেছ আলিপুৰদুৱাৰ জংচনৰ পৰা ১৮:৪৫ বজাত প্ৰস্থান কৰি শিলঘাট টাউনত গৈ পিছদিনা ০৮.৫৫ বজাত উপস্থিত হ’ব।

উভতনি যাত্ৰাৰ দিশত, ১২-০৫-২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং ১৫৪১৮ (শিলঘাট টাউন-আলিপুৰদুৱাৰ জংচন) ৰাজ্যৰাণী এক্সপ্ৰেছ শিলঘাট টাউনৰ পৰা ১৮:০০ বজাত প্ৰস্থান কৰি পিছদিনা ০৭.৩৫ বজাত আলিপুৰদুৱাৰ জংচনত গৈ উপস্থিত হব।

আনহাতে, ১১ মে, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধিত সময়সূচীৰ সৈতে ৰে’ল নং ৫৫৪৬৫ (আলিপুৰদুৱাৰ জংচন-বামনহাট) পেছেঞ্জাৰ ০৬:১০ বজাত আলিপুৰদুৱাৰ জংচনৰ পৰা প্ৰস্থান কৰি একে দিনাই ০৮:৩৫বজাত বামনহাটত গৈ উপস্থিত হব।

এই ৰে’লসমূহৰ পথ, ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত উপলব্ধ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত বিৱৰণ অৱলোকন কৰিবলৈ অনুৰোধ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd