• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাৰিযোৰ উৎসৱ বিশেষ ৰে’লৰ সময়সীমাৰ সম্প্ৰসাৰণ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2025 2:39 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে চলিত বৰ্ষৰ নৱেম্বৰ মাহত চাৰিযোৰ উৎসৱ বিশেষ ৰে’লৰ সেৱাসমূহ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰা হৈছে।

এই বিশেষ ৰে’লসমূহৰ ভিতৰত আছে- ৰে’ল নং ০৫৯৫২/০৫৯৫১ (নিউ তিনিচুকীয়া – এছএমভিটি বেংগালুৰু – নিউ তিনিচুকীয়া), ০৫৬২৫/০৫৬২৬ (কামাখ্যা – ৰোহটক – কামাখ্যা), ৰে’ল নং ০৫৭৩৬/০৫৭৩৫ (কাটিহাৰ-অমৃতসৰ-কাটিহাৰ) আৰু ৰে’ল নং ০৫৭৩৪/০৫৭৩৩ (কিষাণগঞ্জ – অমৃতসৰ – কিষাণগঞ্জ)। এই ৰে’লসমূহ বিদ্যমান চলাচলৰ দিন, সময়, আৰু ষ্টপেজৰ সৈতে চলাচল কৰিব।

Apply Now

সেই অনুসৰি, ৰে’ল নং ০৫৯৫২ (নিউ তিনিচুকীয়া – এছএমভিটি বেংগালুৰু) সাপ্তাহিক বিশেষ ৰে’ল ৬ নৱেম্বৰ, ২০২৫ তাৰিখ বৃহস্পতিবাৰে এটা ট্ৰিপৰ বাবে চলিব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৯৫১ (এছএমভিটি বেংগালুৰু – নিউ তিনিচুকিয়া) সাপ্তাহিক বিশেষ ৰে’ল ১০ নৱেম্বৰ, ২০২৫ তাৰিখ সোমবাৰে এটা ট্ৰিপৰ বাবে চলিব।

আনহাতে, ৰে’ল নং ০৫৬২৫ (কামাখ্যা – ৰোহটক) সাপ্তাহিক বিশেষ ৰে’ল ১৪ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰ, ২০২৫ লৈ প্ৰতি শুকুৰবাৰে ০৩ টা ট্ৰিপৰ বাবে চলিবলৈ সম্প্ৰসাৰণ কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৬২৬ (ৰোহটক – কামাখ্যা) সাপ্তাহিক বিশেষ ৰে’ল১৬ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰ, ২০২৫ লৈ প্ৰতি দেওবাৰে ০৩ টা ট্ৰিপৰ বাবে চলিবলৈ সম্প্ৰসাৰণ কৰা হৈছে।

ৰে’ল নং ০৫৭৩৬ (কাটিহাৰ-অমৃতসৰ) সাপ্তাহিক বিশেষ ৰে’ল ১২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰ, ২০২৫ লৈ প্ৰতি বুধবাৰে ০৩টা ট্ৰিপৰ বাবে চলিবলৈ সম্প্ৰসাৰণ কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৭৩৫ (অমৃতসৰ-কাটিহাৰ) বিশেষ ৰে’ল ১৪ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰ, ২০২৫ লৈ প্ৰতি শুকুৰবাৰে ০৩ টা ট্ৰিপৰ বাবে চলিবলৈ সম্প্ৰসাৰণ কৰা হৈছে।

ৰে’ল নং ০৫৭৩৪ (কিষাণগঞ্জ-অমৃতসৰ) সাপ্তাহিক বিশেষ ৰে’লক ২০ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰ, ২০২৫ লৈ প্ৰতি বৃহস্পতিবাৰে ০২ টা ট্ৰিপৰ বাবে চলিবলৈ সম্প্ৰসাৰণ কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৭৩৩ (অমৃতসৰ-কিষাণগঞ্জ) বিশেষ ৰে’ল ২২ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰ, ২০২৫ লৈ প্ৰতি শনিবাৰে ০২টা ট্ৰিপৰ বাবে চলিবলৈ সম্প্ৰসাৰণ কৰা হৈছে।

এই ৰে’লসেৱাসমূহৰ সম্প্ৰসাৰণে সেই পথ সমূহত থকা অন্যান্য ৰে’লৰ প্ৰতীক্ষাসূচীৰ যাত্ৰীসকলক লাভান্বিত কৰিব।

এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়ৰ বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো উপলব্ধ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd