DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুলপীয়া দবাত নিৰ্বিঘ্নে যাত্ৰা কৰিব পাৰিবনে মহিলা ৰে’ল যাত্ৰীয়ে!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2019 5:04 pm
Untitled-design-2019-07-28T160749.625

প্ৰতিনিধিত্বমূলক ছবি

550
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লৱে ৰে’ল যাত্ৰাৰ সময়ত মহিলাসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে মহিলা সকলৰ বাবে গুলপীয়া ৰঙৰ বিশেষ দবাৰ ব্যৱস্থা কৰিব।

ইতিমধ্যে মহিলা যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্যৰাখি ব্যৱস্থা গ্ৰহণ কৰা গুলপীয়া দবাৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছে।

উত্তৰ-পূবৰ ভিতৰত চলাচল কৰা যাত্ৰীবাহী ৰে’লসমূহৰ সাধাৰণ শ্ৰেণীৰ টিকত ক্ৰয় কৰা মহিলা যাত্ৰীসকলৰ বাবে এই নতুন গুলপীয়া দবাৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখযোগ্য যে, গুলপীয়া ৰঙৰ দবাটোত কেবল মাত্ৰ মহিলা যাত্ৰীসকলেহে যাত্ৰা কৰিব পাৰিব অৰ্থাৎ এই দবাটো সম্পূৰ্ণৰূপে মহিলা সকলৰ বাবে সংৰক্ষিত, পুৰুষ যাত্ৰীসকলে সেই দবাটোত প্ৰবেশ কৰিব নোৱাৰিব।

ৰে’লগাড়ীসমূহৰ সাধাৰণ শ্ৰেণীৰ দবাত সততে যথেষ্ট ভিৰ হোৱা দেখা যায় যাৰ বাবে মহিলা ৰে’লযাত্ৰীসকলে হাৰাশাস্তিৰ সন্মুখিন হ’বলগীয়া হয়।

পশ্চিম বংগ আদি ৰাজ্যৰ যাত্ৰীবাহী ৰে’লত পূৰ্বৰে পৰা মহিলা যাত্ৰীসকলৰ বাবে সুকীয়া দবাৰ ব্যৱস্থা আছে।

উত্তৰ-পূবৰ কেইবাখনো ৰে’লত গুলপীয়া দবাৰ ব্যৱস্থা কৰিব বিচৰা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এনে প্ৰশংসনীয় পদক্ষেপে মহিলা ৰে’ল যাত্ৰীসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি আশা কৰা হৈছে।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd