• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৎসৱৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে তিনিযোৰ হোলী বিশেষ ৰে’ল চলাব উত্তৰ পূব সীমান্ত ৰে’লৱেই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2025 2:40 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হোলীৰ উৎসৱৰ বতৰত বৰ্ধিত যাত্ৰীৰ চাহিদা পূৰণ কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা তিনিযোৰ বিশেষ ৰে’ল চলাচল কৰা হ’ব। এই বিশেষ ৰে’লসমূহ নাৰেংগী– গোৰখপুৰ জংচন – নাৰেংগী আৰু কাটিহাৰ– অমৃতসৰ– কাটিহাৰ আৰু কামাখ্যা – আনন্দ বিহাৰ টাৰ্মিনেল- কামাখ্যাৰ মাজত চলাচল কৰিব।

প্ৰতিখন ৰে’ল উভয় দিশত চাৰিটাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব যিয়ে উৎসৱৰ বতৰত যাত্ৰীসকলৰ বাবে সুগম ভ্ৰমণ নিশ্চিত কৰিব।

Apply Now

বিশেষ ৰে’ল নং ০৫৬৩৩ (নাৰেংগী – গোৰখপুৰ জংচন) প্ৰতি বৃহস্পতিবাৰে ০৬ তাৰিখৰ পৰা ২৭মাৰ্চ, ২০২৫লৈ প্ৰস্থান কৰিব। ৰে’লখন নাৰেংগীৰ পৰা ১৩:২০ বজাত প্ৰস্থান কৰি পিছদিনা ১৩:০০ বজাত গোৰখপুৰ জংচনত গৈ উপস্থিত হব।

একেদৰে, ৰে’ল নং. ০৫৬৩৪ (গোৰখপুৰ জংচন – নাৰেংগী) বিশেষ প্ৰতি শুক্ৰবাৰে ০৭ তাৰিখৰ পৰা ২৮ মাৰ্চ, ২০২৫ লৈ প্ৰস্থান কৰিব। ৰে’লখন গোৰখপুৰ জংচনৰ পৰা ২০:৫৫ বজাত প্ৰস্থান কৰি পিছদিনা ২৩:১০ বজাত নাৰেংগীত গৈ উপস্থিত হব।

বিশেষ ৰে’ল নং ০৫৭৩৪ (কাটিহাৰ- অমৃতসৰ) প্ৰতি বৃহস্পতিবাৰে ০৬ তাৰিখৰ পৰা ২৭ মাৰ্চ, ২০২৫লৈ প্ৰস্থান কৰিব। ৰে’লখন কাটিহাৰৰ পৰা ১১:৪০ বজাত প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ০০:১০ বজাত অমৃতসৰত গৈ উপস্থিত হব।

একেদৰে, ০৫৭৩৩ (অমৃতসৰ– কাটিহাৰ) বিশেষ ৰে’ল প্ৰতি শনিবাৰে ০৮ তাৰিখৰ পৰা ২৯ মাৰ্চ, ২০২৫ লৈ প্ৰস্থান কৰিব। ৰে’লখন অমৃতসৰৰ পৰা ০৪:২০ বজাত প্ৰস্থান কৰি পিছদিনা ১৫:০০ বজাত কাটিহাৰত গৈ উপস্থিত হব।

বিশেষ ৰে’ল নং ০২৫২৫ (কামাখ্যা – আনন্দ বিহাৰ টাৰ্মিনেল) প্ৰতি শুক্ৰবাৰে ০৭ তাৰিখৰ পৰা ২৮মাৰ্চ, ২০২৫লৈ প্ৰস্থান কৰিব। ৰে’লখন কামাখ্যাৰ পৰা ২২:৪৫ বজাত প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ০৮:৫০ বজাত আনন্দ বিহাৰ টাৰ্মিনেলত গৈ উপস্থিত হ’ব।

একেদৰে, ৰে’ল নং. ০২৫২৬ (আনন্দ বিহাৰ টাৰ্মিনেল – কামাখ্যা) বিশেষ ৰে’ল  প্ৰতি দেওবাৰে ০৯ তাৰিখৰ পৰা ৩০ মাৰ্চ, ২০২৫লৈ প্ৰস্থান কৰিব। ৰে’লখন আনন্দ বিহাৰ টাৰ্মিনেলৰ পৰা ১৭:২০ বজাত প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ০৩:৪০ বজাত কামাখ্যাত আহি উপস্থিত হব।

এই বিশেষ ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ উত্তৰ পূব সীমান্ত ৰেলৱেৰ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে বিভিন্ন বাতৰি কাকত আৰু চচিলেয় মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd