• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আগন্তুক কুঁৱলীময় বতৰৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৰে’ল সেৱাৰ বাতিলকৰণ আৰু ফ্ৰীকুৱেন্সি হ্ৰাস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 11, 2025 12:38 pm
66
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক কুঁৱলীময় বতৰৰ পৰিপ্ৰেক্ষিতত ৰে’ল পৰিচালন সুৰক্ষিত আৰু সুগম কৰাৰ উদ্দেশ্যে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১ ডিচেম্বৰ ২০২৫ৰ পৰা ৩ মাৰ্চ ২০২৬লৈ নিৰ্বাচিত কিছুসংখ্যক ৰে’লৰ বাতিলকৰণ আৰু ফ্ৰিকুৱেন্সি হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উত্তৰ আৰু পূব ভাৰতত দৃশ্যমানতা নিম্নতম হোৱাৰ সময়চোৱাত যাত্ৰীৰ সুৰক্ষা, সময়ানুৱৰ্তিতা তথা পৰিচালন কাৰ্যক্ষমতা নিশ্চিত কৰাৰ উদ্দেশ্যে এই সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Apply Now

ৰে’ল সেৱাৰ বাতিলকৰণ:

ৰে’ল নং ১৫৯০৩ (ডিব্ৰুগড়–চণ্ডীগড়) এক্সপ্ৰেছ ১ ডিচেম্বৰ ২০২৫ৰ পৰা ২৭ ফেব্ৰুৱাৰী ২০২৬লৈ বাতিল থাকিব, আনহাতে উভতনি যাত্ৰাৰ দিশত, ৰে’ল  নং ১৫৯০৪ (চণ্ডীগড়–ডিব্ৰুগড়) এক্সপ্ৰেছ ৩ ডিচেম্বৰ ২০২৫ৰ পৰা ১ মাৰ্চ ২০২৬লৈ বাতিল থাকিব।

ৰে’ল নং ১৫৬২০ (কামাখ্যা–গয়া) এক্সপ্ৰেছ ১ ডিচেম্বৰ ২০২৫ৰ পৰা ২৩ ফেব্ৰুৱাৰী ২০২৬ লৈ আৰু ৰে’ল নং ১৫৬১৯ (গয়া–কামাখ্যা) এক্সপ্ৰেছ ২ ডিচেম্বৰ ২০২৫ৰ পৰা ২৪ ফেব্ৰুৱাৰী ২০২৬লৈ বাতিল থাকিব।

একেদৰে, ৰে’ল নং ১৫৬২১ (কামাখ্যা–আনন্দ বিহাৰ টাৰ্মিনেল) এক্সপ্ৰেছ ৪ ডিচেম্বৰ ২০২৫ৰ পৰা ২৬ ফেব্ৰুৱাৰী ২০২৬লৈ আৰু উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ১৫৬২২ (আনন্দ বিহাৰ টাৰ্মিনেল–কামাখ্যা) এক্সপ্ৰেছ ৫ ডিচেম্বৰ ২০২৫ৰ পৰা ২৭ ফেব্ৰুৱাৰী ২০২৬লৈ বাতিল থাকিব।

ৰে’ল সেৱাৰ ফ্ৰিকুৱেন্সি হ্ৰাস:

ৰে’ল নং ১২৫০৫ (কামাখ্যা–আনন্দ বিহাৰ টাৰ্মিনেল) নৰ্থ ইষ্ট এক্সপ্ৰেছ প্ৰতি বুধবাৰ আৰু দেওবাৰে ৩ ডিচেম্বৰ ২০২৫ৰ পৰা ২৫ ফেব্ৰুৱাৰী ২০২৬লৈ বাতিল থাকিব। একেদৰে, ৰে’ল  নং ১২৫০৬ (আনন্দ বিহাৰ টাৰ্মিনেল–কামাখ্যা) নৰ্থ ইষ্ট এক্সপ্ৰেছ প্ৰতি শুকুৰবাৰ আৰু মঙলবাৰে ৫ ডিচেম্বৰ ২০২৫ৰ পৰা ২৭ ফেব্ৰুৱাৰী ২০২৬লৈ বাতিল থাকিব।

ৰে’ল নং ১৫৪৮৩ (আলিপুৰদুৱাৰ–দিল্লী) চিকিম মহানন্দা এক্সপ্ৰেছ প্ৰতি বুধবাৰ আৰু শনিবাৰে ৩ ডিচেম্বৰ ২০২৫ৰ পৰা ২৮ ফেব্ৰুৱাৰী ২০২৬লৈ বাতিল থাকিব। একেদৰে, ৰে’ল  নং ১৫৪৮৪ (দিল্লী–আলিপুৰদুৱাৰ) চিকিম মহানন্দা এক্সপ্ৰেছ প্ৰতি শুকুৰবাৰ আৰু সোমবাৰে ৫ ডিচেম্বৰ ২০২৫ৰ পৰা ২৭ ফেব্ৰুৱাৰী ২০২৬লৈ বাতিল থাকিব।

ৰে’ল নং ১২৫২৩ (নিউ জলপাইগুড়ী–নিউ দিল্লী) এক্সপ্ৰেছ প্ৰতি মঙলবাৰে ২ ডিচেম্বৰ ২০২৫ৰ পৰা ২৪ ফেব্ৰুৱাৰী ২০২৬লৈ বাতিল থাকিব। একেদৰে, ৰে’ল নং ১২৫২৪ (নিউ দিল্লী–নিউ জলপাইগুড়ী) এক্সপ্ৰেছ প্ৰতি বুধবাৰে ৩ ডিচেম্বৰ ২০২৫ৰ পৰা ২৫ ফেব্ৰুৱাৰী ২০২৬লৈ বাতিল থাকিব।

ৰে’ল নং ১৫৯০৯ (ডিব্ৰুগড়–লালগড় জং.) অৱধ অসম এক্সপ্ৰেছ প্ৰতি শনিবাৰে ৬ ডিচেম্বৰ ২০২৫ৰ পৰা ২৮ ফেব্ৰুৱাৰী ২০২৬লৈ বাতিল থাকিব। একেদৰে, ৰে’ল নং ১৫৯১০ (লালগড় জং.–ডিব্ৰুগড়) অৱধ অসম এক্সপ্ৰেছ প্ৰতি মঙলবাৰে ৯ ডিচেম্বৰ ২০২৫ৰ পৰা ৩ মাৰ্চ ২০২৬লৈ বাতিল থাকিব।

এই ৰে’লসমূহৰ বাতিল আৰু ফ্ৰিকুৱেন্সি হ্ৰাসৰ বিস্তৃত তথ্য আইআৰচিটিচি ৱেবছাইট আৰু এনটিইএছৰ জৰিয়তে উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd