• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত বেচৰকাৰী সংগঠন ‘গ্ৰাছ’ৰ পঞ্চম বাৰ্ষিক বঁটা প্ৰদান, মুখপত্ৰ উন্মোচন অনুষ্ঠান

উত্তম শইকীয়া by উত্তম শইকীয়া
September 27, 2020 5:57 pm
NGO Grass distributes its annual awards in Bokakhat
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিৱেশ আৰু প্ৰকৃতি সুৰক্ষাৰ বাবে কাম কৰা বোকাখাতৰ বেচৰকাৰী সংগঠন ‘গ্ৰাছ’ৰ আজি পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।

যোৱা ৫ জুনতে গ্ৰাছৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠান ক’ভিড১৯ৰ সংক্ৰমণৰ বাবে নিৰ্দিষ্ট তাৰিখৰ পৰিৱৰ্তে আজি বোকাখাত পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত কৰা হয়।

Apply Now

এই উপলক্ষে পুৱা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈয়ে স্মৃতি তৰ্পণ কৰাৰ পাছতেই উপস্থিত বিশিষ্ট ব্যক্তি সকলে স্মৃতি তৰ্পণ কৰে।

সাংবাদিক প্ৰদ্যুত মহন্তই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানৰ পৌৰোহিত্য কৰে বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতাই।

উদ্দেশ্য ব্যাখ্যা কৰে গ্ৰাছৰ সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই।

যুৱশিল্পী ৰঞ্জিত কলিতাৰ কামৰূপীয়া লোকগীতেৰে আৰম্ভ হোৱা মূল কাৰ্যসূচীৰ প্ৰাকক্ষণত সাম্প্ৰতিক কভিড সংক্ৰমণ আৰু অনান্য কাৰণত মৃত্যু বৰণ কৰা বোকাখাতৰ সদ্যপ্ৰয়াত লোক সকলৰ আত্মাৰ সদ্গতি কামনা কৰি মৌন প্ৰাৰ্থনা কৰা হয়।

অনুষ্ঠানতে সাংবাদিক বদন দুৱৰা সম্পাদিত গ্ৰাছৰ মুখপত্ৰ ‘শ্যামলিমা’ৰ শুভ উন্মোচন কৰে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা পৰিবেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে।

আজিৰ অনুষ্ঠানত ২০২০ বৰ্ষৰ ধনীল বৰঠাকুৰ সোঁৱৰণী ‘গ্ৰাছ গ্রীণ এৱার্ড’ কমাৰগাঁও পানীদিহিঙীয়াৰ প্ৰশান্ত বৰবৰাক, নুমলী হাজৰিকা সোঁৱৰণী ‘গ্রাছ ৱমেন এৱার্ড’ কাজিৰঙাৰ ৰূপজ্যোতি শইকীয়া গগৈক, ‘গ্ৰাছ নিৰ্মল সেউজ বঁটা’ দিৰিং চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ক, প্রথমবাৰৰ বাবে আগবঢ়োৱা কমলেশ্বৰ বৰুৱা সোঁৱৰণী ‘গ্ৰাছ ফার্মাৰ এৱাৰ্ড’ বাদুলীপাৰ কানফলাৰ আদৰ্শ কৃষক ডিম্বেশ্বৰ গগৈক আৰু ‘গ্ৰাছ সমাজ হিতৈষী বঁটা’ দেৰগাঁৱৰ সমাজকৰ্মী আলহাজ ৰাজুমনি হুছেইনক প্ৰদান কৰা হয়।

অনুষ্ঠানত বিশিষ্ট কবি নিজৰা বৰঠাকুৰ, মহকুমা পশু চিকিৎসক ডা৹ ৰবীন বৰা, গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰ, সম্পাদক ইন্দ্ৰেশ্বৰ বৰাকে ধৰি বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে৷

অনুষ্ঠানত বঁটাপ্ৰাপক আলহাজ ৰাজুমনি হুছেইনৰ ব্যক্তিগত উদ্যোগত তৈয়াৰী হেণ্ড চেনিটাইজাৰ উপস্থিত সমূহ ব্যক্তিৰ মাজত বিতৰণ কৰা হয়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd