• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰায়েল হিচাপে প্ৰথমবাৰৰ বাবে কেইবা হাজাৰ ৰোগীক কৰ্কট ৰোগৰ প্ৰতিষেধক দিব ব্ৰিটেইনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2024 12:17 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰিটেইনৰ নেশ্যনেল হেল্থ চাৰ্ভিচে (এন এইচ এছ) বিশ্ববিখ্যাত ঔষধ কোম্পানী ফাইজাৰে কৰা কেন্সাৰ ভেকচিন পৰীক্ষাৰ বাবে ৰোগীক বাছনি কৰিছে। গৱেষকসকলে আশা কৰিছে যে এই প্ৰযুক্তিয়ে কেন্সাৰ কোষ ধ্বংস কৰাত সহায় কৰিব। ফাইজাৰৰ ক’ৰোনা ভেকচিনত ব্যৱহৃত একেটা mRNA প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে।

ব্ৰিটিছ সংবাদ মাধ্যম দ্য গাৰ্ডিয়ানৰ প্ৰতিবেদন অনুসৰি চিকিৎসা পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰোগীয়েহে এই পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰিব। ৰোগীৰ তেজ আৰু টিছ্যুৰ নমুনা লৈ প্ৰতিটো জেব মানুহৰ ডি এন এৰ লগত খাপ খুৱাই ল’বলৈ চিকিৎসকে অত্যাধুনিক এম আৰ এন এ প্ৰযুক্তি ব্যৱহাৰ কৰিব।

এই mRNA ৰ দ্বাৰা শৰীৰক যুঁজিবলৈ নিৰ্দিষ্ট ধৰণৰ ভাইৰাছৰ প্ৰটিন তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিয়া হয়, যিয়ে ইয়াক Covid ৰ দৰে ৰোগৰ বীজাণুৰ বিৰুদ্ধে যুঁজিবলৈ এন্টিজেন উৎপাদন কৰাত সহায় কৰে। একেদৰে গৱেষকসকলৰ মতে mRNA প্ৰযুক্তিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক কৰ্কট কোষ বিচাৰি উলিয়াই ধ্বংস কৰিবলৈ নিৰ্দেশ দিব।

Apply Now

লগতে পঢ়কঃ ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শন! আয়াৰলেণ্ডৰ বিৰুদ্ধে জয়েৰে আৰম্ভ টী-২০ বিশ্বকাপৰ অভিযান

এন এইচ এছে জনোৱা মতে, ভেকচিন লঞ্চ পেড নামেৰে জনাজাত এই কাৰ্যসূচীত ইতিমধ্যে কেইবা ডজন লোকে নামভৰ্তি কৰিছে। ইয়াৰ উপৰিও ব্ৰিটেইন আৰু ইয়াৰ আশে-পাশে থকা ৩০টা স্থানত কেইবা হাজাৰ ৰোগীক পৰীক্ষামূলক টিকাকৰণৰ ব্যৱস্থা কৰা হৈছে।

এতিয়াৰ বাবে কোম্পানীটোৱে টিকাকৰণৰ বাবে মূত্ৰাশয়, কলৰেক্টাল, বৃক্ক, হাওঁফাওঁ, ছাল আৰু পেনক্ৰিয়াচৰ কৰ্কট ৰোগীৰ সন্ধান কৰিছে বুলি বাতৰিত প্ৰকাশ পাইছে।

এন এইচ এছ ইংলেণ্ডৰ মুৰব্বী আমাণ্ডা প্ৰিচাৰ্ডে কয় যে যিহেতু এই পৰীক্ষাসমূহৰ বহুখিনি দেশৰ চিকিৎসালয়ত চলি আছে, সেয়েহে ‘আমাৰ ৰাষ্ট্ৰীয় মেচমেকিং সেৱাই নিশ্চিত কৰিব যে যাতে যিমান পাৰি সিমান যোগ্য ৰোগীয়ে এই ভেকচিন লাভ কৰে।’

লগতে পঢ়কঃ বিজেপিৰে মিতিৰালি; ২৪’ৰ নিৰ্বাচনৰ পিছত দেশত অপ্রাসংগিক হৈ পৰিল কেইবাটাও দল!

চিকাগোত অনুষ্ঠিত হোৱা আমেৰিকান ছ’চাইটি অৱ ক্লিনিকেল অংক’লজী সন্মিলনৰ পূৰ্বে ঘোষণা কৰা হৈছিল যে এন এইচ এছ কাৰ্যসূচীয়ে জাৰ্মান ভেকচিন নিৰ্মাতা বায়’এণ্টেকৰ সৈতে পৰীক্ষামূলক প্ৰক্ৰিয়া আৰম্ভ কৰিব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm
পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

June 17, 2026 3:48 pm
জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

June 17, 2026 3:08 pm
জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

June 17, 2026 3:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm
পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

June 17, 2026 3:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd