• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শন! আয়াৰলেণ্ডৰ বিৰুদ্ধে জয়েৰে আৰম্ভ টী-২০ বিশ্বকাপৰ অভিযান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2024 7:45 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে এক সুন্দৰ প্ৰদৰ্শনেৰে টী-২০ বিশ্বকাপৰ অভিযান আৰম্ভ কৰিছে। বুধবাৰে প্ৰথমখন মেচত আয়াৰলেণ্ডক পৰাস্ত কৰে টীম ইণ্ডিয়াই। প্ৰথমতে বলাৰসকলেই জয়ৰ ভেটি স্থাপন কৰিছিল। অৱশ্যে কম ৰানৰ লক্ষ্য অতিক্ৰমৰ সময়তে বহু পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হ’ল ৰোহিত বাহিনীৰ বেটিং লাইন আপ।

বিশ্বকাপ আৰম্ভ হোৱাৰ পিছৰে পৰা নাছাউ ষ্টেডিয়ামৰ পিটচ, আউটফিল্ডক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে। বুধবাৰৰ খেলখনত দুয়োটা দলে একেখন মন্থৰ পিটচতেই খেলিছিল। দুয়োটা দলৰ বেটছমেনে ৰান সংগ্ৰহ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হয়। শেষত ভাৰত জয়ী হ’লেও খেলপথাৰৰ অৱস্থাৰ ওপৰত প্ৰশ্ন থাকি যাব।

Apply Now

টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লয় ৰোহিত শৰ্মাই। যদিও চলিত বিশ্বকাপৰ কেইবাখনো মেচ কাৰ্যতঃ খালী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল, বুধবাৰৰ দিনটোত ভাৰতৰ খেল চাবলৈ নিউয়ৰ্কবাসীয়ে ভিৰ কৰিছিল। ইয়াৰে অধিকাংশই ভাৰতক সমৰ্থন কৰিছিল। অৱশ্যে তেওঁলোকে একপক্ষীয় মেচ এখন উপভোগ কৰিছিল।

বুমৰাহে প্ৰত্যাশিতভাৱেই দুৰ্দান্ত বলিং কৰিছিল। অৰ্শদীপ সিং-হাৰ্দিক পাণ্ডিয়াই আৰম্ভণিৰে পৰা ৰান ৰেট নিয়ন্ত্ৰণত ৰাখিছিল। মাত্ৰ ১৬ অভাৰত আয়াৰলেণ্ডৰ ইনিংছ সমাপ্ত হয়। পল ষ্টাৰলিঙৰ দলটোৱে এশ ৰাণো স্পৰ্শ কৰিব নোৱাৰিলে। ৯৬ ৰানতে ভাৰতৰ বলিঙৰ ওচৰত আত্মসমৰ্পণ কৰে।

খেলখনত হাৰ্ডিক পাণ্ডিয়াই তিনিটা উইকেট দখল কৰে। বুমৰাহ-অৰ্শদীপে দুটাকৈ উইকেট লাভ কৰে। মাত্ৰ ৯৭ ৰানৰ লক্ষ্য লৈও ভাৰতো বিপদত পৰিছিল। আই পি এলত বিৰাট ফৰ্মত থকা কোহলীয়ে মাত্ৰ ১ ৰানেৰে আউট হয়। কিন্তু ৰোহিত শৰ্মাৰ অৰ্ধশতকে দলটোক বিজয় কৰিছিল। লগতে আছিল পন্থৰ ৩৬ ৰান। ১৩ অভাৰত খেলখনত জয়লাভ কৰে টীম ইণ্ডিয়াই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd