DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, October 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ যুৱক-যুৱতীক ভৰ্তি কৰাত তৎপৰ জেহাদী মডিউল; হাই এলাৰ্ট জাৰি NIAৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2023 9:24 am
1.3k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ এন আই এয়ে (NIA) উত্তৰ-পূবৰ ৰাজ্য অসমৰ বাবে “হাই এলাৰ্ট” জাৰি কৰিছে।

অসমৰ উপৰিও এন আই এয়ে আন চাৰিখন ৰাজ্য – তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু গুজৰাটতো হাই এলাৰ্ট জাৰি কৰিছে।

বাতৰি অনুসৰি, পাকিস্তানস্থিত তেহৰিক-ই-তালিবান আৰু আল-কায়দাই যুৱক-যুৱতীক নিযুক্তি দিয়াৰ বাবে পাঁচখন ৰাজ্য অসম, তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু গুজৰাটৰ প্ৰতি তেওঁলোক মনোযোগ কেন্দ্ৰীভূত কৰি আহিছে বুলি এন আই এয়ে জনাইছে।

লগতে পঢ়ক: দেশৰ ১৪ গৰাকী বাতৰি উপস্থাপকক বৰ্জনৰ সিদ্ধান্ত ইণ্ডিয়া মিত্ৰজোঁটৰ; তালিকাত কোন কোন?

উল্লেখ্য যে অসম আৰক্ষীয়ে, শেহতীয়াকৈ ৰাজ্যৰ বাহিৰত চলি থকা কেইবাটাও সন্ত্ৰাসবাদী মডিউল উৎখাত কৰিছিল।

আনছাৰুল্লাহ বাংলা টিম (এবিটি) আৰু আল কায়দাৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰা বহু ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়।

বৰ্তমান এন আই এয়ে এই সন্ত্ৰাসবাদী মডিউল উৎখাতৰ কেইবাটাও গোচৰৰ তদন্ত চলাই আছে।

লগতে পঢ়ক: Asia Cup: শ্ৰীলংকাৰ হাততো পৰাস্ত পাকিস্তান; এছিয়া কাপৰ ফাইনেলত ভাৰত-শ্ৰীলংকাৰ মহাৰণ

গ্ৰেপ্তাৰ হোৱা ব্যক্তিসকলে “মুছলমানসকলক জেহাদী সংগঠনত যোগদান আৰু উগ্ৰবাদী কাৰ্য”ত লিপ্ত হোৱাৰ বাবে পতিয়ন নিয়াই তথা প্ৰচাৰেৰে ভাৰতত আল কায়দা আৰু ইয়াৰ সংযুক্ত সংগঠনসমূহৰ বাবে ঘাটি নিৰ্মাণৰ বাবে মডিউলসমূত নিয়োজিত হৈছিল।

Recent News

Bangladeshi woman visits UP to meet boyfriend

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

Asian Games 2023

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

zookeeper killed by lion

দুৰ্ভাগ্য: পিঞ্জৰাত তলা লগাবলৈ পাহৰি সিংহৰ চিকাৰ হ’ল চিৰিয়াখানাৰ সুৰক্ষা কৰ্মী

26/11 Mumbai attack

২৬/১১ মুম্বাই কাণ্ডৰ মাষ্টাৰমাইণ্ড হাফিজ ছঈদৰ ঘনিষ্ঠ সহযোগীক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd