• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Asia Cup: শ্ৰীলংকাৰ হাততো পৰাস্ত পাকিস্তান; এছিয়া কাপৰ ফাইনেলত ভাৰত-শ্ৰীলংকাৰ মহাৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2023 7:34 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছিয়া কাপৰ ফাইনেলত দেওবাৰে শ্ৰীলংকাই ৰোহিতৰ নেতৃত্বৰ ভাৰতৰ বিৰুদ্ধে খেলিব। বৃহস্পতিবাৰে প্ৰেমদাছা ষ্টেডিয়ামত পাকিস্তানক ২ উইকেটত পৰাস্ত কৰি ১১ সংখ্যক এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰে শ্ৰীলংকাই।

পাকিস্তান-শ্ৰীলংকাৰ মেচখনৰ ফলাফলপ বাবে শেষ বলটোলৈকে অফেক্ষা কৰিবলগীয়া হৈছিল। কোনে ক’ব এদিনীয়া ক্ৰিকেট উপভোগ্য নহয়? এই পাকিস্তান-শ্ৰীলংকাৰ খেলখন টী-২০ ক্ৰিকেটৰ ধামখুমীয়াৰ মাজত এখন আদৰ্শ এদিনীয়াৰ উদাহৰণ হ’ব পাৰে!

বৃহস্পতিবাৰে সহজ মেচখন কঠিন কৰি জয়লাভ কৰে শ্ৰীলংকাই। অন্তিম অভাৰৰ আগৰ অভাৰটোত দুটা উইকেট দখল কৰি দলটোক পুনৰ মেচলৈ ঘুৰাই আনে শ্বাহীন আফ্ৰিদীয়ে। অন্তিম অভাৰত ৮ ৰানৰ প্ৰয়োজন হয়। শেষৰ দুটা বলত ৬ ৰান। বেটৰ কোণ স্পৰ্শ কৰি উইকেটকীপাৰৰ কাষেৰে গৈ চাৰি ৰান হয়।

Apply Now

শেষৰ বলটোত ২ ৰানৰ প্ৰয়োজন। ডিপ স্কোৱাৰ লেগৰ ফালে বলটো ঠেলি দি আছালংকাই দুটা ৰান লয়। লংকাৰ বেটছমেনগৰাকীয়ে অপৰাজিত ৪৯ ৰানেৰে দলটোক ফাইনেললৈ লৈ যায়।এদিনীয়া কেৰিয়াৰত তেওঁৰ এইটো দ্বিতীয়টো শ্ৰেষ্ঠ ইনিংছ।

বৰষুণৰ বাবে খেলখন ৪২ অভাৰলৈ হ্ৰাস পায়। নিৰ্ধাৰিত অভাৰত ৭টা উইকেট হেৰুৱাই ২৫২ ৰান সংগ্ৰহ কৰে পাকিস্তানে। প্ৰত্যুত্তৰত শ্ৰীলংকাই শেষ বলটোত জয়ৰ লক্ষ্যত উপনীত হয়।

বাবৰ আজমে টছত জয়ী হৈ ডু অৰ ডাই মেচখনত বেটিং কৰাৰ সিদ্ধান্ত লয়। যদিও ফকৰ জামান বিফল হয়, আব্দুল্লা ছফিকে ৰান পায়। পাক অপেনাৰগৰাকীয়ে ৫২ ৰান সংগ্ৰহ কৰে।

বাবৰ আজমে ভাল আৰম্ভণি কৰিছিল যদিও বেছি সময় উইকেটত থাকিব নোৱাৰিলে। তেওঁ ২৯ ৰানত আউট হয়। ইয়াৰ পিছতে মহম্মদ ৰিজৱান আৰু ইফতিখাৰ আহমেদে দলটোক এটা সন্মাজনক স্থিতিলৈ লৈ যায়। পাকিস্তানৰ উইকেটকীপাৰগৰাকীয়ে ২টা ছয় আৰু ৬টা চাৰিৰ সহায়ত ৭৩টা বলত ৮৬ ৰান সংগ্ৰহ কৰে। ইফতিখাৰে ৪৭ ৰান কৰে। পাকিস্তানে ৭ উইকেটত ২৫২ ৰান সংগ্ৰহ কৰে।

বিজয়ৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি অনবদ্য প্ৰদৰ্শন আগবঢ়ায় কুশল মেণ্ডিছে। দুই অ’পেনাৰ বিফল হোৱাৰ পিছত দলটোক শক্তিশালী হাতেৰে মেচখনলৈ ঘুৰাই আনে। তেওঁ ১টা ছয় আৰু ৮টা চাৰিৰ সহায়ত ৮৭টা বলত ৯১ ৰান সংগ্ৰহ কৰে। সদিৰা সমৰবিক্ৰমে কৰে ৪৮ ৰান। কিন্তু মেচখনৰ আচল নায়ক হৈছে চৰিথ আছালংকা। তেওঁ ৪৭টা বলত ৪৯ ৰান কৰি অপৰাজিত হৈ থাকে। শেষ বললৈকে  স্নায়ু ধৰি ৰাখি শ্ৰীলংকাক বিজয় লক্ষ্যত উপনীত কৰায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm
টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm
টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd