• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছাত্ৰ মুক্তিৰ নেতা, কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতালৈ NIAৰ চমন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 5, 2020 8:17 pm
2.4k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে ছাত্ৰ সমাজক সন্মুখৰ পৰা নেতৃত্ব দিয়া কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ তথা ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতালৈ চমন জাৰি কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIA ই।

কাইলৈ সোণাপুৰৰ নাজিৰাখাটস্থিত NIAৰ ৰাজ্যিক কাৰ্য্যালয়ত পুৱা ১১ বজাত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে ছাত্ৰ নেতাজনক।

প্ৰাঞ্জল কলিতা বৰ্তমান ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক।

কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ সন্দৰ্ভত NIA য়ে কাইলৈ প্রাঞ্জলক সোধা-পোচা কৰিব বুলি জানিব পৰা গৈছে।

অখিল গগৈৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ বি (অপৰাধমূলক ষড়যন্ত্ৰৰ শাস্তি), ১২৪ এ (ৰাষ্ট্ৰদ্ৰোহ), ১৫৩ এ (বেআইনী) আৰু ১৫৩ বি তথা বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (UAPA)ৰ ধাৰা ১৮ আৰু ৩৯ ডিৰ অধীনত ১৩/২০১৯ নম্বৰৰ গোচৰ ৰুজু কৰিছিল।

গোচৰ অনুসৰি অখিল গগৈয়ে মাওবাদী সজোৱা হৈছে তথা তেওঁৰ বিৰুদ্ধে ২০০৯ চনৰে পৰা মাওবাদীৰ হৈ কাম-কাজ কৰি থকাৰ অভিযোগ উত্থাপন কৰে NIA ই।

সেই গোচৰৰ আধাৰতে সোধ-পোচৰ বাবে কাইলৈ NIA কাৰ্য্যালয়লৈ প্ৰাঞ্জল কলিতাক উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া বুলি এক সুত্ৰত প্ৰকাশ পাইছে।

নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কলিতাই কয় ‘অখিল দাৰ গোচৰ সম্পৰ্কীয় সোধ-পোচৰ বাবে কাইলৈ মোক NIA কাৰ্য্যালয়ত মাতিছে। ২০০৯ চনত মোৰ ১১ বছৰ আছিল আৰু তেতিয়া মই সপ্তম শ্ৰেণীত পঢ়ি আছিলো।‘

ইপিনে, ছাত্ৰ সমাজক ভয় খুৱাবৰ বাবে বিজেপি চৰকাৰে এনে পদক্ষেপ লৈছে বুলি মন্তব্য কৰি কলিতাই আৰু কয় ‘ছাত্ৰ সমাজক ভয় খুৱাই কা বিৰোধী আন্দোলন প্ৰতিৰোধ কৰিব বিচাৰিছে। অখিল গগৈহঁতক জেইলত ৰখোৱা হৈছে যদিও তেওঁলোকৰ বিৰুদ্ধে কোনোধৰণৰ প্ৰমাণ গোটাব পৰা নাই। সেয়েহে এতিয়া সৰু সৰু ল’ৰাক ভয় খুৱাবলৈ ছাত্ৰসকলক টাৰ্গেট কৰি লৈছে।‘

উল্লেখযোগ্য যে, কা বিৰোধী আন্দোলনে ভৰপক ৰূপ লোৱাৰ সময়তে NIA ই দেশদ্ৰোহীতাৰ গোচৰ জাপি কৃষক নেতা অখিল গগৈৰ লগতে কৃষক মুক্তিৰ সাধাৰণ সম্পাদক ধৈয্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰ, বিতু সোণোৱাল আৰু ধ্ৰুৱজ্যোতি গগৈক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমানো ন্যায়িক জিম্মাত আছে আটাইকেইজন নেতা।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd