• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰিয়ংকাক কাষত লৈ কি ভাল খবৰ ৰাজহুৱা কৰিলে স্বামী নিকে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 7, 2020 6:57 pm

1 min read

Priyanka

নিকৰ সৈতে প্ৰিয়ংকা

1.6k
VIEWS
Share on FacebookShare on Twitter

অসম পৰ্যটনৰ প্ৰাক্তন ব্ৰাণ্ড এম্বেচাদৰ প্ৰিয়ংকা আৰু নিক জোনছে বিবাহৰ পাছত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে একেলগে ভূমুকি মাৰিছে।

প্ৰিয়ংকা আৰু নিকে তেওঁলোকৰ আহিবলগীয়া নতুন চিৰিজৰ বাবে অতি সোনকালে নৱ বিবাহিত দম্পত্তি সকলৰ সৈতে এক বাৰ্তালাপত অংশ ল’ব।

বৃহস্পতিবাৰে এই সম্বন্ধে নিকে টুইটাৰত ভিডিঅ’ আপলোড কৰে আৰু তেওঁ অনুষ্ঠানটোৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে বুলি কয় আৰু তেওঁলোকৰ অনুষ্ঠানত নৱ বিবাহিত দম্পত্তি সকলকো অংশগ্ৰহণৰ বাবে আহ্বান জনায়।

‘‘প্ৰিয়ংকা আৰু মই নতুন কামটোক লৈ অধীৰ আগ্ৰহেৰে ৰৈ আছো আৰু আমি ইতিমধ্যে আমাজন প্ৰাইমৰ সৈতে এই সম্পৰ্কত এক চুক্তি কৰিছো,’’ নিকে লগতে কয়।

‘‘প্ৰিয়ংকা আৰু মই আমাজন প্ৰাইমত আহিবলগীয়া নতুন চিৰিজত অংশ লৈছো। যদি আপুনি ২০২০ৰ গ্ৰীষ্মত বিবাহৰ পৰিকল্পনা কৰিছে তেন্তে আমি আপোনাৰ প্ৰেম কাহিনী শুনিবলৈ বিচাৰো,’’ টুইটাৰত নিকে এনেদৰে লিখে।

ইয়াৰ পূৰ্বেও নিক আৰু প্ৰিয়ংকাই এটা মিউজিক ভিডিঅ’ত একেলগে কাম কৰিছিল য’ত তেওঁলোকৰ সৈতে কেভিন আৰু জ’ জোনাছক দেখা গৈছিল।

Recent News

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd