• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সিংঘু সীমান্তৰ নৃশংস হত্যাকাণ্ডৰ গোচৰত এজনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 16, 2021 6:32 pm
Singhu Border Murder Case
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সিংগু সীমান্তৰ কৃষক প্ৰতিবাদস্থলীত এজন ৩৫ বছৰীয়া ব্যক্তিক নিৰ্মমভাৱে হত্যা কৰাৰ এদিন পিছত আৰক্ষীয়ে শনিবাৰে সৰ্বজিৎ সিঙ নামৰ এজন নিহাং শিখক গ্ৰেপ্তাৰ কৰিছে।

হত্যাকাণ্ডত তেওঁৰ প্ৰত্যক্ষ ভূমিকাৰ বাবে শুক্ৰবাৰে নিশা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছত সিঙক জিম্মাত লোৱা হৈছিল বুলি আৰক্ষীয়ে কয়। সৰ্বজিত সিঙক সাত দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰই কয় যে সিঙ যোৱা বছৰ ডিচেম্বৰৰ প্ৰথম সপ্তাহত নিহাং শিখসকলৰ দল এটাৰ লগত সিংঘু সীমান্তত উপস্থিত হৈছিল।

সোনপতৰ আৰক্ষী অধীক্ষক জশনদীপ সিং ৰন্ধাৱাই কয়, “এজন নিহাং শিখক জিম্মাত লোৱা হৈছে। তেওঁক আজি আদালতত হাজিৰ কৰোৱা হ’ব। আমি হত্যাত তেওঁৰ ভূমিকাৰ তদন্ত কৰি আছো। সিংগু সীমান্তত শিখসকলৰ পবিত্ৰ গ্ৰন্থ গুৰু গ্ৰন্থ চাহিবাক অপমান কৰাৰ দাবী এতিয়াও প্ৰমাণিত হোৱা নাই। এয়া তদন্তৰ বিষয়।”

শুকুৰবাৰে নিশা প্ৰকাশ পোৱা কেইবাটাও ভিডিঅ’ত সৰ্বজিৎ সিঙে লখবীৰ সিঙক হত্যা কৰাত জড়িত বুলি স্বীকাৰ কৰে আৰু অভিযোগ কৰে যে লখবীৰ সিঙ নামৰ এজন ব্যক্তিয়ে পবিত্ৰ গ্ৰন্থখন কলুষিত কৰাৰ বাবে তেওঁক হত্যা কৰা হয়।

Apply Now

আৰক্ষীয়ে শুক্ৰবাৰে হত্যা আৰু লিঞ্চিঙৰ অভিযোগত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। আৰক্ষীয়ে কৈছিল যে তেওঁলোকে শুক্ৰবাৰে পুৱা প্ৰায় ৫ বজাত তথ্য পাইছিল যে নিহাঙ শিখসকলে এজন ব্যক্তিক ফাঁচী দিছিল। ব্যক্তি জনক বেৰিকেডত বান্ধি দিছিল আৰু তেওঁৰ হাত কাটি পেলোৱা হৈছিল।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই ভুক্তভোগীজনৰ মৃত্যু হৈছিল। নিহাং শিখ আৰু প্ৰতিবাদকাৰীসকলে প্ৰথমতে মৃতদেহটো আৰক্ষীক হস্তান্তৰ কৰিবলৈ অস্বীকাৰ কৰিছিল।

নিৰ্মম লিঞ্চিংৰ কেইবাটাও ভিডিঅ’ত আঘাতপ্ৰাপ্ত ব্যক্তিজনক তেজেৰে তুমুৰলি হৈ পৰি থকা দেখা গৈছিল।

এটা ভিডিঅ’ত, তেওঁক ওলোটাকৈ বান্ধি থোৱা দেখা গৈছিল আৰু তেওঁৰ কটা মণিবন্ধৰ পৰা তেজ ওলাই থকা দেখিবলৈ পোৱা গৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd