• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গ্ৰেপ্তাৰৰ আশংকাই খেদিছে নিকিতাক ! এলাহাবাদ হাইকোৰ্টত অগ্ৰিম জামিন বিচাৰি দ্বাৰস্থ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2024 8:09 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেংগালুৰুৰ আইটি কোম্পানীৰ কৰ্মী অতুল সুভাষৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ আশংকা নিকিতা সিংহানিয়াৰ। তিনিদিনৰ ভিতৰত তেওঁক বেংগালুৰু আৰক্ষীত হাজিৰ হ’বলৈ কোৱা হৈছে। নিকিতা আৰু তেওঁৰ পৰিয়ালে অগ্ৰিম জামিন বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। অতুল আত্মহত্যা কৰাৰ পাছৰে পৰা নিকিতা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। তেওঁলোকৰ বিৰুদ্ধে আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ তদন্তৰ বাবে বেংগালুৰু আৰক্ষীয়ে দুটা পৃথক তদন্তকাৰী দল গঠন কৰিছে। উত্তৰ প্ৰদেশতো উপস্থিত হৈছে বাংগালুৰু আৰক্ষীৰ এটা দল। ইয়াৰ মাজতে নিকিতাই অগ্ৰিম জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। আইনী বাতৰি ৱেবছাইট বাৰ এণ্ড বেঞ্চৰ মতে অহা সপ্তাহত এই গোচৰৰ শুনানি হোৱাৰ সম্ভাৱনা আছে।

অতুল-মৃত্যুৰ গোচৰৰ তদন্ত তীব্ৰতৰ কৰি তুলিছে বেংগালুৰু আৰক্ষীয়ে। ইতিমধ্যে বেংগালুৰু আৰক্ষীৰ এটা দলে তদন্তৰ বাবে জৌনপুৰত উপস্থিত হৈছে। নিকিতাক তিনিদিনৰ ভিতৰত বেংগালুৰুৰ মাৰাঠাহল্লী থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। বেংগালুৰু আৰক্ষী আয়ুক্ত বি দয়ানন্দই কয় যে আৰক্ষীয়ে প্ৰমাণ সংগ্ৰহৰ চেষ্টা চলাইছে। এই গোচৰত আৰক্ষীয়ে ন্যায় সুনিশ্চিত কৰিব বুলিও তেওঁ আশ্বাস দিয়ে।

Apply Now

অতুল আচলতে উত্তৰ প্ৰদেশৰ। বাংগালুৰুত কাম কৰিছিল। উত্তৰ প্ৰদেশৰ জৌনপুৰতো নিকিতাৰ ঘৰ। নিকিতা নিজেই এটা সংস্থাত কাম কৰি আছে। দুয়োৰে বিয়া হৈছিল।উত্তৰ প্ৰদেশৰ জৌনপুৰৰ পৰিয়াল আদালতত বিচাৰাধীন হৈ আছিল তেওঁলোকৰ বিবাহ বিচ্ছেদৰ গোচৰ। ইয়াৰ মাজতে অলপতে অতুলৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে। মৃত্যুৰ পাছত আৰক্ষীয়ে প্ৰায় ২৪ পৃষ্ঠাৰ এখন চুইচাইড নোট উদ্ধাৰ কৰে। এটা ভিডিঅ’ও পাইছিলোঁ। চুইচাইড নোট আৰু ভিডিঅ’টোত নিকিতা আৰু তেওঁৰ পৰিয়ালে বিভিন্ন ধৰণে হেঁচা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে। পৰিয়াল আদালতৰ প্ৰক্ৰিয়াক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে কয় যে, পৰিয়াল আদালতে গোচৰসমূহ অতি সাৱধানে নিষ্পত্তি কৰিবলৈ চেষ্টা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd