• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খাৰুপেটীয়াত আত্মগোপনকাৰী মুম্বাইৰ ন যুৱকৰ সন্ধান

Mayukh Goswami ময়ূখ গোস্বামী
মঙলদৈ , April 5, 2020 10:01 pm

2 min read

1.1k
VIEWS
Share on FacebookShare on Twitter

খাৰুপেটীয়া আৰক্ষীয়ে দেওবাৰে সন্ধান লাভ কৰিছে মুম্বাইৰ পৰা আহি কমাৰপাৰা গাঁৱত থকা নগৰাকী যুৱকৰ।

তাৎপৰ্য্যপূৰ্ণভাৱে বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো কমাৰপাৰা গাঁৱৰ ৰাইজ বা গাওঁবুঢ়াই বহিঃৰাজ্যৰ ব্যক্তিকেইজন সন্দৰ্ভত আৰক্ষী বা স্বাস্থ্য বিভাগক খবৰ দিয়া নাছিল।

খাৰুপেটীয়াৰ আৰক্ষীয়ে স্বাস্থ্য বিভাগৰ সহযোগত ইতিমধ্যে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাইছে।

ব্যক্তিকেইজনক চিকিৎসালয়ত কুৱাৰেণ্টাইন কৰা হৈছে।

ব্যক্তিকেইজনক প্ৰথমে নিজামুদ্দিনৰ জামাতৰ পৰা অহা বুলি সন্দেহ কৰা হৈছিল যদিও জিলা আৰক্ষী অধীক্ষকে এই কথা অস্বীকাৰ কৰিছে।

“তেওঁলোক জিলালৈ যোৱা ফেব্ৰুৱাৰিত আহিছিল। তেওঁলোক নিজামুদ্দিনৰ পৰা অহা নাই,” আৰক্ষী অধীক্ষক অমৃত ভূঞাই নৰ্থইষ্ট নাওক জনায়।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে তেওঁলোকৰ নাম– দানিছ আলি, কফিল আলি, চমচেৰ, জায়েড আলি, আজমল, মুবাচিৰ, চানিউল্লা, হাবিবুৰ, আক্ৰাম আৰু চায়েব আলি।

যোৱা ২৪ মাৰ্চৰ লকডাউনৰ সময়ৰ পৰা ব্যক্তিকেইজনে গাওঁখনৰ য়াকুব আলি নামৰ লোক এজনৰ ঘৰত আত্মগোপন কৰি আছিল।

তাৰ পূৰ্বে তেওঁলোকে দৰং জিলাৰ বিভিন্ন মছজিদ ভ্ৰমণ কৰা বুলিও জানিব পৰা গৈছে।

অসমত ইতিমধ্যে চিনাক্ত হোৱা ২৬গৰাকী ক’ভিড-১৯ ৰোগীৰ ২৫ গৰাকীয়েই নিজামুদ্দিনৰ সমাৱেশলৈ যোৱা।

দেওবাৰলৈকে ভাৰতত ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৩৭৪লৈ বৃদ্ধি পাইছে।

এতিয়ালৈকে ২৬৭ গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে ৭৯ গৰাকী লোক মৃত্যুমুখত পৰিছে।

গড়ে চাৰিদিনত ভাৰতত ক’ভিড-১৯ আক্ৰান্ত দুগুণলৈ বৃদ্ধি পাইছে।

নিজামুদ্দিনৰ সমাৱেশৰ ফলতে এই সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd