• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতত নিপাহ ভাইৰাছৰ আতংক! মাৰাত্মক ভাইৰাছৰ সংক্ৰমণত মৃত্যু যুৱকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2024 9:08 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰালাত পুনৰ নিপাহ ভাইৰাছৰ আতংকৰ। এইবাৰ ঘটনাৰ অভিকেন্দ্ৰ মালাপ্পুৰম। মাত্ৰ ২ মাহৰ ভিতৰতে মাৰাত্মক ভাইৰাছৰ বলি হৈছে ২৪ বছৰীয়া যুৱক। মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় যুৱকজনৰ। নিপাহ সংক্ৰমণৰ ফলত নতুনকৈ মৃত্যু হোৱা লোকক লৈ চিন্তিত হৈ পৰিছে প্ৰশাসন।

যোৱা শনিবাৰে যেতিয়া এই মৃত্যু পোহৰলৈ আহে তেতিয়া কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে কয় যে নিপাহৰ সংক্ৰমণেই যুৱকজনৰ মৃত্যুৰ কাৰণ নেকি সেই বিষয়ে চিকিৎসালয় কৰ্তৃপক্ষ নিশ্চিত নহয়। যোৱা ৯ ছেপ্টেম্বৰত যুৱকজনৰ মৃত্যুৰ পিছত তেওঁৰ শৰীৰৰ নমুনা পৰীক্ষাৰ বাবে কোঝিকোড মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। ৰিপৰ্ট ওলোৱাৰ লগে লগে আমি নিশ্চিত কৰিলোঁ যে মৃত্যুৰ কাৰণ নিপাহ ভাইৰাছ। জানিব পৰা মতে, মৃত লোকজন বঙাইগাঁৱত অধ্যয়ন কৰি আছিল। মৃত্যুৰ পূৰ্বে তেওঁ ক’ত গৈছিল আৰু কাৰ সংস্পৰ্শলৈ আহিছিল সেই বিষয়ে তদন্ত চলি আছে। ইতিমধ্যে প্ৰশাসনে তেওঁৰ সংস্পৰ্শলৈ অহা ১৫১ জন লোকক চিনাক্ত কৰিছে। ইয়াৰে ৫ জনৰ জ্বৰৰ লক্ষণ দেখা গৈছিল।

মন কৰিবলগীয়া যে যোৱা জুলাই মাহত এজন ১৪ বছৰীয়া ল’ৰাৰ শৰীৰত জ্বৰ, মূৰৰ বিষ আৰু উশাহ লোৱাত কষ্টৰ লক্ষণ দেখা দিছিল। ১৯ জুলাইত তেওঁক কোজিকোড হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পূৰ্বে কিশোৰজনৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে পুনেৰ এটা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। এই প্ৰতিবেদন ইতিবাচক। কিশোৰজনৰ মৃতদেহত নিপাহ ভাইৰাছ পোৱাৰ পাছত সমগ্ৰ ৰাজ্যতে এক চাঞ্চল্যৰ সৃষ্টি হয়। আক্ৰান্ত কিশোৰজনৰ অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে তেওঁক ভেন্টিলেচনত ৰখা হয়। কিন্তু সংক্ৰমণ ধৰা পৰাৰ এদিন পাছত চিকিৎসাধীন অৱস্থাত হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।

Apply Now

এইদৰে ইটোৰ পাছত সিটোকৈ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে। নিপাহ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৰ্তমান চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰতিজন ৰোগীৰ বাবে মাত্ৰ এজন ব্যক্তিকহে চিকিৎসালয়লৈ যাবলৈ অনুমতি দিয়া হৈছে। স্বাস্থ্য বিভাগে কোনো ধৰণৰ লক্ষণ দেখা পালে আইছ’লেশ্যনত থাকিবলৈ পৰামৰ্শ দিছে। ইফালে, চিকিৎসকৰ মতে, চৰাই বা জীৱ-জন্তুৱে খোৱা ফল খোৱাৰ ফলতো নিপা সংক্ৰমণ হ’ব পাৰে। বিশেষজ্ঞসকলে এনে ফল খোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। বজাৰৰ পৰা কিনা ফল-মূল ভালদৰে ধুই খাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am
ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

September 13, 2026 8:59 am
স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd