• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত আছে “নিপল” আৰু “বাটন”: এমেৰিকান ৰাষ্ট্ৰপতি ত্ৰাম্প

এন ই নাও নিউজ by এন ই নাও নিউজ
February 3, 2019 8:21 pm
‘Nipple’ and 'Button' part of India: US Prez Trump

ড’নাল্ড ত্ৰাম্প। ছবি সৌজন্য-- time.com

1.1k
VIEWS
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বে নেপালক “নিপল” আৰু ভুটানক “বাটন” বোলা এমেৰিকান ৰাষ্ট্ৰপতি ড’নাল্ড ত্ৰাম্পৰ মতে চুবুৰীয়া দেশ দুখন ভাৰতৰে অংশ!

বিভিন্ন বিভ্ৰান্তিকৰ মন্তব্যৰ বাবে সময়ে সময়ে চৰ্চিত হৈ অহা ত্ৰাম্পৰ মন্তব্য সন্দৰ্ভত শনিবাৰে এই বাতৰি পৰিৱেশন কৰিছে টাইম এ।

শেহতীয়াকৈ দক্ষিণ এ’ছিয়া সন্দৰ্ভত চোৰাংচোৱাৰ অতি গোপন আৰু অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰে’জিদেন্ত ব্ৰীফিঙৰ সময়ত এই মন্তব্য কৰিছে ত্ৰাম্পে, এমেৰিকান চোৰাংচোৱাৰ অচিনাক্ত সূত্ৰৰ আধাৰত টাইমৰ বাতৰিত প্ৰকাশ।

কিন্তু মন্তব্যতকৈয়ো এমেৰিকান চোৰাংচোৱাক বিব্ৰত কৰা বিষয়টো হৈছে ৰাষ্ট্ৰপতি ত্ৰাম্পৰ মেজাজ। বাতৰিটো মতে মাৰ্কিন চোৰাংচোৱাৰ শীৰ্ষতম বিষয়াসকলে ভুলটো আঙুলিয়াই দিয়াত “সত্য” মানিবলৈ নাৰাজ ত্ৰাম্প খঙাল হৈ উঠে।

বাৰ্ষিক $৮১ বিলিয়ন ডলাৰ ব্যয় হোৱা এমেৰিকান চোৰাংচোৱাৰ প্ৰতিবেদনৰ প্ৰতি ত্ৰাম্পৰ এই মেজাজক “willful ignorance” বুলিও মন্তব্য কৰিছে সূত্ৰটোৱে।

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ভাবুকি সন্দৰ্ভত এমেৰিকান কংগ্ৰেছত হোৱা শেহতীয়া শুনানিটো নেচনেল ইন্তেলিজেন্স সঞ্চালক, এফ বি আই আৰু চি আই এ’কে ধৰি চোৰাংচোৱা সংস্থাৰ মতৰ বিপৰীতে অৱস্থান লৈছিল ত্ৰাম্পে। চোৰাংচোৱা মুৰব্বীসকল “নিষ্ক্ৰিয় আৰু অনভিজ্ঞ” আৰু “তেওঁলোক পুনৰ বিদ্যালয়মুখী হ’ব লাগে”, চোৰাংচোৱাৰ প্ৰতিবেদনৰ প্ৰতি এয়া আছিল ত্ৰাম্পৰ প্ৰতিক্ৰিয়া।

সূত্ৰটোৰ মতে ৰাষ্ট্ৰপতিৰ ৰাজহুৱা স্থিতিৰ লগত বিৰোধ থকা কোনো বিশ্লেষণ ত্ৰাম্পক দাখিল নকৰিবলৈয়ো চোৰাংচোৱাসকলক সকীয়াই দিয়া হৈছে।

Recent News

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd