• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2021 8:11 pm
a nirab
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত ব্ৰিটেইনৰ আদালতত মুখ থেকেচা খালে পঞ্জাৱ নেছনেল বেংক কেলেংকাৰীৰ খলনায়ক তথা ভাৰতীয় হীৰা ব্যৱসায়ী নীৰৱ মোদীয়ে।

আজি নীৰৱ মোদীৰ ভাৰতলৈ প্ৰত্যৰ্পন সন্দৰ্ভত ৱেষ্টমিনষ্টাৰৰ জিলা ন্যয়াধীশ ছেমুৱেল গুজে কয় যে নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পন কৰাত কোনো আপত্তি নাই।

Apply Now

ভাৰত চৰকাৰে নীৰৱ মোদীক সুধিবলগীয়া বহু কথা আছে বুলি ন্যায়াধীশ গৰাকীয়ে কয়।ন্যয়াধীশগৰাকীয়ে লগতে কয় যে ভাৰতলৈ প্ৰত্যৰ্পন কৰিলে নীৰৱ মোদীয়ে ন্যায় পোৱাত অসুবিধা হ’ব বুলি যি কথা কোৱা হৈছে সেয়া শুদ্ধ নহয়।

উল্লেখযোগ্য যে ৪৯ বছৰীয়া মোদীয়ে ২০১৯ চনৰ ১৯ মাৰ্চৰ পৰা লণ্ডনৰ ৱাণ্ডছৱৰ্থ কাৰাগাৰত কাৰাবাস খাটি আছে।

ৱেষ্টমিনষ্টাৰ মেজিষ্ট্ৰেটছ ক’ৰ্টে প্ৰদান কৰা ৰায় অনুসৰি সোনকালেই মোদীক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হ’ব ।

ভাৰতলৈ প্ৰত্যৰ্পণ কৰাৰ পাছতে মোদীয়ে কেইবাটাও প্ৰবঞ্চনা আৰু আৰ্থিক জালিয়াতিৰ গোচৰৰ মুখামুখি হ’ব।

আজি কাৰাগাৰৰ পৰাই মোদীয়ে এটা ভিডিঅ’লিংকৰ দ্বাৰা ন্যায়ালয়ত অংশগ্ৰহণ কৰে। ইতিমধ্যে কেইবাবাৰো এনেধৰণে শুনানি সম্পন্ন হৈ গৈছে।

ন্যায়ালয়ে উক্ত ৰায়টো পাছত ইংলেণ্ডৰ গৃহ সচিব প্ৰীতি পেটেললৈ  অনুমোদনৰ বাবে প্ৰেৰণ কৰে।

ইতিমধ্যে মোদীয়ে কেইবাবাৰো জামিন আবেদন কৰিছিল যদিও ন্যায়ালয়ে মঞ্জুৰ কৰা নাছিল।

জানিব পৰা মতে ভাৰতত মোদীক মুম্বাইৰ আৰ্থাৰ ৰোড জেইলৰ ১২ নম্বৰ বেৰেকত ৰখা হ’ব। ইতিমধ্যে ভাৰত চৰকাৰে এটা ভিডিঅ’ ৰেকৰ্ডিঙৰ যোগেৰে উক্ত বেৰেকটো  সাজু কৰি তুলিছে বুলি প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে নীৰৱ মোদীৰ উপৰিও কিংফিছাৰ এয়াৰলাইনছৰ প্ৰাক্তন মালিক বিজয় মালিয়া, মৰণাস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীও ভাৰতৰ পৰা গৈ ইংলেণ্ডত পলাই আছে।

আনহাতে ২০২০ বৰ্ষৰ ফেব্ৰুৱাৰীত ক্ৰিকেট বুকী সঞ্জীৱ চাওলাক ইংলেণ্ডৰ পৰা  ভাৰতলৈ প্ৰত্যৰ্পন কৰিছিল। ভাৰতৰ কাৰাগাৰৰ অৱস্থা সন্দৰ্ভতো আদালতে আজি সন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm
এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

June 25, 2026 8:29 pm
ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

June 25, 2026 8:06 pm
চৰকাৰী চিকিৎসালয়ত কেঁচুৱা জন্ম হ’লে সোণৰ আঙঠি; ঘোষণা কৰিলে তামিলনাডু চৰকাৰে

চৰকাৰী চিকিৎসালয়ত কেঁচুৱা জন্ম হ’লে সোণৰ আঙঠি; ঘোষণা কৰিলে তামিলনাডু চৰকাৰে

June 25, 2026 7:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm
এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

June 25, 2026 8:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd