DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

নিটি আয়োগৰ উপাধ্যক্ষ পদৰ পৰা ৰাজীৱ কুমাৰৰ আকস্মিক পদত্যাগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 23, 2022 3:54 pm
NITI Aayog
178
VIEWS
Share on FacebookShare on Twitter

কাৰ্যকাল অন্ত পৰাৰ পূৰ্বেই আজি নিটি আয়োগৰ উপাধ্যক্ষ পদৰ পৰা আকস্মিকভাৱে পদত্যাগ কৰে ৰাজীৱ কুমাৰে। চলিত মাহৰ ৩০ তাৰিখে অৰ্থনীতিবিদজনৰ কাৰ্যকাল শেষ হোৱাৰ কথা আছিল।

বিশিষ্ট অৰ্থনীতিবিদ কুমাৰে ২০১৭ চনৰ আগষ্টত নীতি আয়োগৰ উপাধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

প্ৰকাশিত খবৰ অনুসৰি কুমাৰৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ৩০ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁক পদৰ পৰা অব্যাহতি দিয়া হ’ব।

কৃষি, সম্পদ মুদ্ৰাকৰণ, বিনিয়োগ, উচ্চাকাংক্ষী জিলা কাৰ্যসূচী আৰু বৈদ্যুতিক বাহন ইত্যাদি ক্ষেত্ৰৰ ওপৰত গুৰুত্ব দি নীতি আয়োগৰ নীতি নিৰ্ধাৰণত কুমাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

কুমাৰে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত ডি. ফিল আৰু লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি ডিগ্ৰী লাভ কৰিছিল। তেওঁ চেণ্টাৰ ফৰ পলিচী ৰিচাৰ্ছৰ এজন জ্যেষ্ঠ সহকৰ্মীও আছিল।

ৰাজীৱ কুমাৰৰ আকস্মিক পদত্যাগৰ পিছত চৰকাৰে সুমন কে বেৰীক নীতি আয়োগৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। বেৰীয়ে ১ মে’ৰ পৰা দায়িত্ব গ্ৰহণ কৰিব বুলি এক চৰকাৰী বিবৃতিত কোৱা হৈছে।

নৱ উপাধ্যক্ষ বেৰীয়ে ইয়াৰ পূৰ্বে নতুন দিল্লীৰ নেচনেল কাউন্সিল অৱ এপ্লাইড ইকনমিক ৰিচাৰ্ছ (NCAER)ৰ মহানিৰ্দেশক (মুখ্য কাৰ্যবাহী) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদ, পৰিসাংখ্যিক আয়োগ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতিৰ কাৰিকৰী পৰামৰ্শদাতা সমিতিৰো সদস্য আছিল।

Recent News

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

World's Shortest Adolescent

নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd