• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্য গুজৰাটৰ প্ৰায়বোৰ অংগনবাড়ী কেন্দ্ৰতে নাই বিশুদ্ধ খোৱাপানী আৰু শৌচাগাৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 18, 2023 2:22 pm
ফটো সৌজন্য: দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ।

ফটো সৌজন্য: দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ।

32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটত ৰাজ্য চৰকাৰৰ ‘নল ছে জল যোজনা’ৰ অধীনত ১০০% পৰিয়ালক পানী যোগান ধৰাৰ বৃহৎ দাবী ফুটুকাৰ ফেন হৈ পৰিছে, কিয়নো ২,২৯৬ টাতকৈও অধিক অংগনবাড়ী কেন্দ্ৰই লাভ কৰা নাই বিশুদ্ধ খোৱাপানী।

মহিলা আৰু শিশু কল্যাণ বিভাগৰ এক প্ৰতিবেদন অনুসৰি ১৫৬৪ টা অংগনবাড়ী কেন্দ্ৰত নাই কোনো শৌচাগাৰ।

গুজৰাটত ৫৩,০২৯ টাতকৈও অধিক অংগনবাড়ী কেন্দ্ৰ আছে। কিন্তু ইয়াৰে ২২৯৬ টাতে বিশুদ্ধ খোৱাপানীৰ সুবিধা নাই।

Apply Now

লগতে পঢ়ক: চীনক চিনাই টান! নিউয়ৰ্কতো চীনৰ গোপন আৰক্ষী থানা; দুজন এজেণ্টক গ্ৰেপ্তাৰ

লোকসভাত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি গুজৰাটত ৫০,০২৯টা অংগনবাদী কেন্দ্ৰ আছে, ইয়াৰে ৪৬,১০৪টাৰ ‘পকী’ আন্ত:গাঁথনি আছে। গতিকে প্ৰায় ৩,৯২৫টা অংগনবাড়ীয়ে ‘কেঁচা’ আন্ত:গাঁথনিৰে কাম চলাই আছে।

তদুপৰি, চৰকাৰী সুবিধাৰে ৪৩,১৬১টা অংগনবাড়ী, সমবায় ভিত্তিত ২,৯৪৩টা, ভাড়াঘৰত ৬,৯২৩টা অংগনবাড়ী পৰিচালিত হয়।

২০১৫ চনত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয় আৰু বেদান্তৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি অনুসৰি সমগ্ৰ দেশৰ অংগনবাড়ী কেন্দ্ৰসমূহক আধুনিকীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে; কিন্তু চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত দিয়া মন্ত্ৰালয়ৰ তথ্যৰ হিচাপত গুজৰাটত অংগনবাড়ী কেন্দ্ৰসমূহৰ কোনো এটাকে উন্নীত কৰা হোৱা নাই।

লগতে পঢ়ক: বিয়াৰ পূৰ্বেই গৰ্ভৱতী! মোহময়ী অভিনেত্ৰী ইলিয়ানাৰ ‘সাহসী’ ঘোষণা; পিতৃ কোন?

চৰকাৰে এজন অংগনবাড়ী কৰ্চাৰীক প্ৰতিমাহে ৫৫০০ টকা আৰু এজন অংগনবাড়ী সহায়কক ৩২৫০ টকাকৈ দিয়াৰ বিপৰীতে কৰ্মচাৰী সংগঠনসমূহে যুক্তি আগবঢ়ায় যে এই ধনৰ অধিকাংশই অংগনবাড়ী কৰ্মচাৰীৰ পৰিবহণত খৰচ  হয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

August 4, 2026 11:31 am
৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

August 4, 2026 10:19 am
পাকিস্তানৰ ৩০ সন্ত্ৰাসবাদীক হত্যা’! ভাৰতীয় এজেণ্টৰ নিখুঁত অভিযান, লস্কৰ কমাণ্ডাৰৰ চাঞ্চল্যকৰ দাবী!

পাকিস্তানৰ ৩০ সন্ত্ৰাসবাদীক হত্যা’! ভাৰতীয় এজেণ্টৰ নিখুঁত অভিযান, লস্কৰ কমাণ্ডাৰৰ চাঞ্চল্যকৰ দাবী!

August 4, 2026 9:15 am
মেচ ফিক্সিঙৰ চেষ্টা, তদন্তৰ সময়ত প্ৰমাণ ধ্বংস! ৮ বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ল এইগৰাকী ক্ৰিকেটাৰ

মেচ ফিক্সিঙৰ চেষ্টা, তদন্তৰ সময়ত প্ৰমাণ ধ্বংস! ৮ বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ল এইগৰাকী ক্ৰিকেটাৰ

August 4, 2026 8:29 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

August 4, 2026 11:31 am
৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

August 4, 2026 10:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd