• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনক চিনাই টান! নিউয়ৰ্কতো চীনৰ গোপন আৰক্ষী থানা; দুজন এজেণ্টক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 18, 2023 1:10 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ দুজন এজেণ্টক গ্ৰেপ্তাৰ কৰিছে আমেৰিকাৰ চোৰাংচোৱা সংস্থা এফবিআইয়ে। ইয়াৰ উপৰিও আমেৰিকাৰ ফেডাৰেল প্ৰচিকিউটৰসকলে আমেৰিকাত বাস কৰা চীনৰ পৰা অহা এক ডজনৰো অধিক লোকৰ বিৰুদ্ধে ‘মৌনতা অৱলম্বন কৰা’ আৰু চীনা ‘ভিন্ন মতাদৰ্শীক হাৰাশাস্তি’ৰ অভিযোগ উত্থাপন কৰিছে।

বাতৰি মতে, চীনৰ ভাড়াতীয়া এজেণ্টে নিউয়ৰ্ক চহৰত ‘গোপন আৰক্ষী থানা’ চলাইছিল।

লগতে পঢ়ক: ইউক্ৰেইন যুদ্ধৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ ‘অপৰাধ’ত ২৫ বছৰৰ কাৰাদণ্ড ৰাছিয়াৰ মানৱ অধিকাৰ কৰ্মীক

Apply Now

ধৃত এজেণ্ট দুজন হৈছে লু জিয়ানৱাং আৰু চেন জিপিং। তেওঁলোকে নিউয়ৰ্কৰ চাইনা টাউনত আৰক্ষী থানা চলাইছিল বুলি অভিযোগ উঠিছে।

ধৃত দুয়োজনেই আমেৰিকাৰ নাগৰিক। চীন চৰকাৰৰ এজেণ্ট হিচাপে কাম কৰাৰ লগতে ন্যায় বিচাৰত বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে।

আমেৰিকাৰ এটৰ্নী জেনেৰেলৰ এগৰাকী মুখপাত্ৰই কয় যে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত চীনৰ কথিত আৰক্ষী থানাখন তালাচী অভিযানৰ অন্তত বন্ধ কৰি দিয়া হৈছিল।

লগতে পঢ়ক: বিয়াৰ পূৰ্বেই গৰ্ভৱতী! মোহময়ী অভিনেত্ৰী ইলিয়ানাৰ ‘সাহসী’ ঘোষণা; পিতৃ কোন?

গ্ৰেপ্তাৰ কৰা দুজনক ২ লাখ ৫০ হাজাৰ আৰু ৪ লাখ ডলাৰৰ বণ্ডৰ বিনিময়ত জামিন প্ৰদান কৰা হৈছে। কিন্তু তেওঁলোকে আমেৰিকাত থকা চীনৰ কনছুলেট আৰু চীনৰ দূতাবাসৰ পৰা আধা কিলোমিটাৰৰ ভিতৰত ভ্ৰমণ কৰিব নোৱাৰিব আৰু সহযোগী ষড়যন্ত্ৰকাৰীৰ সৈতেও যোগাযোগ ৰাখিব নোৱাৰিব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

October 25, 2026 9:26 pm
অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

October 25, 2026 8:12 pm
মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

October 25, 2026 5:52 pm
বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

October 25, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

October 25, 2026 9:26 pm
অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

October 25, 2026 8:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd