• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছুৰ প্ৰতিনিধি সভা সমাপ্ত, ৰাজনৈতিক দল গঠনক লৈ কি মত নেতৃত্বৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 28, 2020 7:23 pm
ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত শুকুৰবাৰে আছুৰ প্ৰতিনিধি সভা সমাপ্ত হোৱাৰ পিছতে সংগঠনটোৰ নেতৃত্বই সাংবাদিকৰ সৈতে মত বিনিময় কৰে।

প্ৰতিনিধি সভাৰ পাছতে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয় যে অসংবিধানিক সাম্প্ৰদায়িক বিল (কা)ৰ বিৰুদ্ধে হ’ব ব্যাপক গণ আন্দোলন। অহিংস আৰু গণতান্ত্ৰিকভাৱে তথা নিৰৱছিন্নভাৱে চলিব এই আন্দোলন।

Apply Now

অতি শান্তিপূৰ্ণভাৱে আৰু শৃংখলাবদ্ধভাৱে সকলোৰে লগত আগুৱাই নিয়া হ’ব এই আন্দোলন।

দুটাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা চলি থকাৰ বাবে এই কা বিৰোধী আন্দোলন কিছু স্তিমিত হৈছিল। এতিয়াৰে পৰা ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবও আৰু আন্দোলনো কৰিব। পুনৰ অসমৰ ৰাইজৰ অভিভাৱকত্ত্বত ৩০ টা জাতি জনগোষ্ঠীয় সংগঠনৰ সহযোগত ব্যাপকৰূপত চলি যাব, ভট্টাচাৰ্য্যই কয়।

কালিও গুৱাহাটী বিশ্ববিদ্যালয়ত হৈছিল আছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক বৈঠক।

আছুৰ সভাখনত বিকল্প ৰাজনৈতিক দল সন্দৰ্ভত কিবা এক সিদ্ধান্ত হ’ব বুলি চৰ্চিত হৈছিল যদিও সভাৰ পিছত এই সন্দৰ্ভত কোনো স্পষ্ট সিদ্ধান্ত ঘোষণা কৰা হোৱা নাই।

আছুৰ সভাপতি দীপাংক নাথে সি সন্দৰ্ভত কয় বিকল্প বুলি আজিলৈকে কৈ আছো এটা সময়ত এইটো মূল হ’ব। সদৌ অসম ছাত্ৰ সন্থাৰ পৰা গৈ বহু ৰাজনৈতিক নেতাই বিশ্বাসঘাটকতা কৰিছে।

তেওঁ কয় যে মাৰ্চ মাহৰ শেষৰ ফালে সকলো জাতীয় সংগঠনৰ সৈতে এখন জাতীয় অভিবৰ্তন হ’ব। কা বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলি যাব।

বি টি আৰ অঞ্চলত যাতে অন্য জাতি জনগোষ্ঠীৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি প্ৰতিনিধি সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বুলিও তেওঁ অৱগত কৰে।

চৰকাৰে দমন চলালেও এই কা বিৰোধী আন্দোলন চলি যাব বুলি স্পষ্ট কৰি এনে দমনমূলক নীতি নচলাবলৈ চৰকাৰক আহ্বান জনায়।

সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে আন্দোলন সন্দৰ্ভত কয় যে গাঁও পৰ্যায়লৈকে নিয়া হ’ব কা বিৰোধী আন্দোলন। কা ৰ বিৰুদ্ধে চাইকেল ৰেলি, বাইক ৰেলি, পদযাত্ৰা, জোৰ সমদল, অৱস্থান ধৰ্মঘট ইত্যাদি গাওঁৱে ভুয়ে অনুষ্ঠিত কৰিব লাগিব।

তেওঁ কয় যে গোলাঘাটত পুলিছি নিৰ্যাতন আৰম্ভ হৈছে আৰু শোণিতপুৰ জিলাত মনে সজা অভিযোগেৰে ছাত্ৰ সন্থাৰ সদস্যৰ ওপৰত ভুৱা গোচৰ জাপি দিছে আৰক্ষীয়ে।

ছাত্ৰ সন্থাৰ সদস্যৰ ওপৰত এনেধৰণৰ অত্যাচাৰ চলোৱা বন্ধ নকৰিলে ৰাজপথত তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি গগৈয়ে মন্তব্য কৰে।

তাৎপৰ্যপূৰ্ণভাবে কালিৰ কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভাত বিকল্প ৰাজনৈতিক দলৰ কোনো ধৰণৰ প্ৰসংগ আলোচনা নহ’ল।

এই দুই বৈঠকত বিকল্প ৰাজনৈতিক দলৰ প্ৰসংগ উত্থাপন হ’ব বুলি উল্লেখ কৰিছিল দীপাংক নাথে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd