• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এ পি এছ চি পৰীক্ষাত ব্যৱহাৰ কৰিব নোৱাৰিব ইলেকট্ৰনিক গেজেট

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , December 29, 2018 8:16 pm

2 min read

এ পি এছ চি পৰীক্ষাত ব্যৱহাৰ কৰিব নোৱাৰিব ইলেকট্ৰনিক গেজেট
371
VIEWS
Share on FacebookShare on Twitter

কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ’ব লগীয়া অসম লোকসেৱা আয়োগৰ পৰীক্ষাত যিকোনো ধৰণৰ ইলেকট্ৰনিক বা কাৰিকৰী যোগাযোগ সঁজুলি যেনে মোবাইল ফোন, ব্লু-টুথ, ইয়েৰ ফোন, ডিজিটেল ঘড়ী আদি পৰীক্ষা হললৈ নিয়াত আয়োগে নিষেধাজ্ঞা আৰোপ কৰিছে। তাৰোপৰি নিৰ্দেশনা অনুসৰি পানীৰ বটল, লেডিজ পাৰ্চ আদিও পৰীক্ষা হলৰ ভিতৰলৈ নিব নোৱাৰিব।

আনহাতে আয়েগৰ নিৰ্দেশনা অমান্য কৰিলে বা অন্যান্য অসৎ উপায় অৱলম্বন কৰিলে পৰীক্ষাৰ্থীক এই পৰীক্ষাৰ লগতে আয়েগে অনুষ্ঠিত কৰা যিকোনো ধৰণৰ পৰীক্ষাত বহিবলৈ দিয়া নহ’ব বুলি আয়োগৰ তৰফৰ পৰা এক নিৰ্দেশনা জাৰি কৰিছে।

অৱশ্যে পৰীক্ষাৰ্থীয়ে নিজৰ ই প্ৰৱেশ পত্ৰ, ফটো সম্বলিত পৰিচয় পত্ৰ, ক’লা বা নীলা চিঁয়াহীৰ কলম, ক্লিপব’ৰ্ড  পৰীক্ষা কেন্দ্ৰলৈ নিব পাৰিব বুলি জানিবলৈ দিয়ে।

শিৱসাগৰঃ

৩০ ডিচেম্বৰত সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো অনুষ্ঠিত হ’ব অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা। শিৱসাগৰৰ চাৰিটা কেন্দ্ৰ ক্ৰমে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়, বীৰ লাচিত বৰফুকন মহাবিদ্যালয় আৰু ফুলেশ্বৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব।

সেয়ে এ পি এছ চি প্ৰাৰম্ভিক পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ শিৱসাগৰ জিলা প্ৰশাসনে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা কেন্দ্ৰ চাৰিটাৰ আশে-পাশে অধিক সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে আইন শৃংখলতা পৰিস্থিতি তদাৰকাৰী বাবে দুগৰাকী দণ্ডাধীশো নিয়োগ কৰিছে।

ইফালে শিৱসাগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই সকলো পৰীক্ষাৰ্থীক শুভেচ্চা জ্ঞাপন কৰাৰ লগতে সকলোকে শান্তিপূৰ্ণভাৱে আৰু শৃংখলাবদ্ধভাৱে পৰীক্ষাত বহিবলৈ আহ্বান জনায়।

Recent News

ৱেব ছিৰিজ ‘তাণ্ডৱ’ৰ নিৰ্মাতাৰ জিভা কাটি অনা লোকলৈ এক কোটি টকাৰ পুৰস্কাৰ ঘোষণা

ৱেব ছিৰিজ ‘তাণ্ডৱ’ৰ নিৰ্মাতাৰ জিভা কাটি অনা লোকলৈ এক কোটি টকাৰ পুৰস্কাৰ ঘোষণা

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ চুপাৰী উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ চুপাৰী উদ্ধাৰ

Indian_National_Flag_EPS

৭১ সংখ্যক গণৰাজ্য দিৱসত অসমৰ কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন?

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd