• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

পত্নীয়ে পৰপুৰুষৰ লগত মোবাইলত অশ্লীল কথা পতাটো স্বামীৰ প্ৰতি মানসিক নিষ্ঠুৰতা : উচ্চ ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2025 10:30 pm
158
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ মনৰ আনন্দৰ বাবে পৰপুৰুষৰ লগত মোবাইলত অশ্লীল কথা-বতৰা পতাটো স্বামীৰ প্ৰতি মানসিক নিষ্ঠুৰতা প্ৰকাশৰ সমান। এই মন্তব্য মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠৰ। ৰায়দানত এই মন্তব্য প্ৰকাশ কৰি এক বিবাহ বিচ্ছেদৰ সপক্ষে স্বাক্ষৰ কৰে উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে।

উল্লেখ্য যে এগৰাকী ব্যক্তিয়ে নিজৰ পত্নীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল। এই বিবাহ বিচ্ছেদ নিম্ন আদালতে মঞ্জুৰ কৰিছিল কৰিছিল যদিও ব্যক্তিজনৰ পত্নীয়ে নিম্ন আদালতক প্ৰত্যহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দাৰস্থ হয়।

Apply Now

কিন্তু উচ্চ ন্যায়ালয়েও নিম্ন আদালতৰ ৰায়ক সমৰ্থন কৰি বিবাহ বিচ্ছেদৰ সপক্ষে ৰায় দান কৰে।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিবেক ৰুছিয়া আৰু ন্যায়াধীশ গজেন্দ্ৰ সিঙৰ ইন্দোৰৰ বিচাৰপীঠে কয় যে কোনো স্বামীয়েই আন পুৰুষৰ সৈতে পত্নীৰ লেতেৰা কথোপ-কথন মানি ল’ব নোৱাৰে।

আদালতে লগতে কয় যে বিবাহৰ পিছত স্বামী বা পত্নীৰ সকলোৰে আন বন্ধুৰ লগত মোবাইল ফোনত যোগাযোগ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। পতি-পত্নীয়ে বন্ধু-বান্ধৱীৰ লগত মুক্তভাৱে কথা পতা, ফটো আদান-প্ৰদান, মেছেজ ফৰৱাৰ্ড কৰাত কোনো নিষেধাজ্ঞা নাই। কিন্তু, তাৰ ভিতৰতো এক নিৰ্দিষ্ট ভদ্ৰতা আৰু বিনয় বজাই ৰখাটো অতি প্ৰয়োজনীয়। কোনো স্বামী বা পত্নীয়ে এনে আপত্তিজনক কাম কৰা উচিত নহয়।

আদালতে স্পষ্ট কৰি দিয়ে যে যদি পত্নীয়ে স্বামীৰ আপত্তি থকাৰ পিছতো এনে কাম কৰি থাকে তেন্তে ইয়াক মানসিক নিৰ্যাতন বুলি গণ্য কৰা উচিত।

গোচৰৰ সবিশেষ অনুসৰি ২০১৮ চনৰ ডিচেম্বৰ মাহত হিন্দু ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হৈছিল দম্পতীহালে। বেংক মেনেজাৰৰ স্বামীৰ শ্ৰৱণ ক্ষমতা আংশিকভাৱে অক্ষম।

স্বামীয়ে অভিযোগ কৰে যে তেওঁৰ পত্নীয়ে অশ্লীল ভাষা ব্যৱহাৰ কৰি পূৰ্বৰ প্ৰেমিকৰ সৈতে হোৱাটছএপত শাৰীৰিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰে। পূৰ্বৰ যৌন সম্পৰ্কৰ বিষয়েও কথা পাতে। স্বামীয়ে বাধা দিয়াৰ পিছত মহিলাগৰাকীয়ে এনে কথোপকথন অব্যাহত ৰাখে। স্বামীৰ এই অভিযোগ সঁচা বুলি প্ৰমাণিত হোৱাৰ পিছত আদালতে ইয়াক মানসিক নিষ্ঠুৰতা বুলি আখ্যা দি বিবাহ বিচ্ছেদ মঞ্জুৰ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd