• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লোকসভাত ভাষণ দিবলৈ গৈ বাৰে বাৰে থমকি ৰ’বলগীয়া হ’ল মোদী,ক’লে কৃষি আইন কৃষক বিৰোধী নহয়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 10, 2021 7:47 pm

2 min read

a modi123
325
VIEWS
Share on FacebookShare on Twitter

লোকসভাৰ মজিয়াত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে।

ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক ভাষণত মোদীয়ে ক’ৰ’ণাৰ পৰা আৰম্ভ কৰি কৃষি আইনলৈকে কেইবাটাও বিষয় সামৰি লয়।

কৃষি আইনৰ বিষয়ে প্ৰধানমন্ত্ৰী গৰাকীয়ে ক’বলৈ আৰম্ভ কৰাৰ সময়তে কংগ্ৰেছে মোদীৰ ভাষণত বাধা দিবলৈ ধৰে।

কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে চিঞৰ বাখৰ কৰি মোদীৰ ভাষণত বাধা আৰোপ কৰাত উপায়ন্তৰ হৈ কিছু সময়ৰ বাবে মোদীয়ে ভাষণ বন্ধ কৰি বহি পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

কিছুসময় পিছত মোদীয়ে ভাষণ দিবলৈ আৰম্ভ কৰাত অধীৰ ৰঞ্জন চৌধুৰীয়ে থিয় হৈ পুনৰ হূলস্থূল কৰিবলৈ ধৰে।

মোদীয়ে এইবাৰ কঢ়া ভাষাত চৌধুৰীক সমালোচনা কৰি কয় যে কংগ্ৰেছে কেৱল কৃষি আইনৰ ৰং নিৰূপন কৰাতহে ব্যস্ত আছে।

এই আইনে কৃষকৰ কিদৰে উপকাৰ সাধিব সেয়া দলটোৱে কেতিয়াও পৰ্যালোচনা কৰা নাই বুলি মোদীয়ে কয়।

তেওঁ লগতে কয় যে কৃষি আইনে কোনো প্ৰকাৰে কৃষকৰ ক্ষতি সাধন নকৰে।

এই আইনে দেশত প্ৰচলিত মাণ্ডি ব্যৱস্থাত আজিলৈকে বিৰূপ প্ৰভাৱ পেলোৱা নাই বুলি মন্তব্য কৰি মোদীয়ে কয় যে আইন কেইখন হোৱাৰ ফলত কৃষকে এতিয়া উৎপাদিত শস্যৰ নূন্যতম সমৰ্থন মূল্য পূৰ্বতকৈ বেছিকৈহে পাব।

তেওঁ কোনো পৰিস্থিতিতে দেশৰ কৃষকসকলৰ ক্ষতি হ’বলৈ দিয়া নহ’ব বুলি দৃঢ়তাৰে কয়। ভাষণ প্ৰসংগতে মোদীয়ে কয় যে কোভিডৰ বিৰুদ্ধে জয়ী হোৱাত ভাৰত সফল হৈছে।

কোভিডে সৃষ্টি কৰা পৰিবেশৰ পৰা তেওঁ দেশবাসীক শিক্ষা গ্ৰহণৰো আহ্বান জনায়।

Recent News

index.jpgb

২০২১ৰ নিৰ্বাচন : ৪,৪৭,২৬১ গৰাকী ভোটাৰে ৯০২ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব মৰিগাঁৱত

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

index.jpgaa

বিজেপি কৰ্মীৰ গুণ্ডাগিৰী আৰম্ভ : নলবাৰীত এজেপিৰ সভাপতিক লুৰীণজ্যোতি গগৈক আক্ৰমণ

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd