• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শোণিতপুৰৰ গাওঁ অন্তৰ্ভুক্ত নহয় য়ু টি চিত; অসমৰ অখণ্ডতাক লৈ শংকিত নহ’ব : হিমন্ত বিশ্ব

অসমৰ বুকুতে ঘোষণা কৰিবলৈ ওলোৱা বড়ো কেন্দ্ৰশাসিত পৰিষদক লৈ অসমত শংকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 25, 2020 4:14 pm
WhatsApp Image 2020-01-25 at 1.33.45 PM

হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

6.7k
VIEWS
Share on FacebookShare on Twitter

বড়ো চুক্তিৰ জৰিয়তে গঠন কৰিব লগীয়া বড়ো কেন্দ্ৰশাসিত পৰিষদত বৰ্তমান কোনো নতুন জিলা বা গাওঁ অন্তৰ্ভুক্ত কৰা নহয় বুলি মন্তব্য কৰিছে বিজেপি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীজনে কয় যে অসমৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব।

মন্ত্ৰী হিমন্ত বিশ্বই সংবাদমেল কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমৰ ৰাইজৰ ক্ষতি কৰিব পৰা কোনো ধৰণৰ চুক্তি কৰিব নোৱাৰে আৰু তেওঁলোকে নকৰে।

পূৰ্বেও নাগৰিকত্ব (সংশোধন) আইনক লৈ শংকিত নহ’বলৈ অসমীয়াক বাৰে বাৰে আশ্বাস দি অহা মন্ত্ৰী হিমন্ত বিশ্বই আজি বড়ো চুক্তিক লৈও শংকিত নহ’বলৈ আহ্বান জনাইছে।

“ভাৰত চৰকাৰে স্পষ্ট কৰি দিছে যে এই চুক্তিখনে অসমৰ অখণ্ডতাক সন্মান কৰিব আৰু ইয়াত বৰ্তমান কোনো নতুন গাওঁ বা কোনো নতুন অঞ্চল সন্নিৱিষ্ট কৰাৰ প্ৰস্তাৱ অন্তৰ্ভুক্ত কৰা হোৱা নাই। সেই বাবে মই অসমৰ ৰাইজক, বিশেষকৈ অবিভক্ত শোণিতপুৰ জিলাৰ ৰাইজক আতংকিত নহ’বলৈ অনুৰোধ কৰিম।”

বিভিন্ন মাধ্যমত প্ৰকাশিত বাতৰি মতে, কেন্দ্ৰীয় চৰকাৰে অসমৰ বুকুতে ঘোষণা কৰিবলৈ ওলোৱা বড়ো কেন্দ্ৰশাসিত পৰিষদখনত শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ গাওঁ অন্তৰ্ভুক্ত হ’ব।

Recent News

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd