DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুৰণিগুদামৰ পথাৰত চিৰাল ফাট, ভেকুলী বিয়াত আশ্ৰয় ৰাইজৰ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
August 29, 2019 9:40 pm
No Rain, people take Frog wedding route in Assam's Puranigudam

ভেকুলী বিবাহৰ ছবি। নৰ্থ ইষ্ট নাও।

1k
VIEWS
Share on FacebookShare on Twitter

এখন ব্যতিক্ৰমী বিয়া। বিয়াখন অনুষ্ঠিত হ’ল নগাওঁ জিলাৰ পুৰণিগুদামৰ হাতীগাৱঁত। সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে বিয়াখনত হাতত কলচি লৈ আয়তিসকলে পানী তোলাৰ উপৰিও লগতে জাতে-জাতে জুৰিছে বিয়া নামো।

মুঠতে ঢোলে দগৰে আনন্দত এক উখল-মাখল এক পৰিবেশ। কিন্তু ভুল নুবুজিব, এয়া আকৌ কোনো মানুহৰ বিয়া নহয়।

এয়া হৈছে নগাঁৱৰ পুৰণিগুদাম হাতীগাঁৱত বুধবাৰে অনুষ্ঠিত হোৱা এখন ভেকুলী বিয়াহে।

মাহ-হালধিৰে ভেকুলী হালক নোৱাই-ধোৱাই অসমীয়া ৰীতি-নীতিৰে সম্পন্ন কৰা হৈছে ভেকুলীহালৰ বিয়াখন।

যুগ যুগ ধৰি প্ৰচলিত জনবিশ্বাস অনুসৰি খৰাঙৰ দিনত বৰষুণ নহ’লে গ্ৰামাঞ্চলৰ কৃষকসকলে এনেধৰণৰেই পৰম্পৰাগতভাৱে ভেকুলীৰ বিয়া পাতে।

ভেকুলীৰ বিয়া পাতিলে সন্তুষ্ট ভেকুলীয়ে বৰুণ দেৱতাক পৃথিৱীলৈ আহিবলৈ আহ্বান জনায় আৰু বৰষুণ আহে বুলি থকা জনবিশ্বাসৰ বাবেই অতিমাত্ৰা খৰাং হ’লে ৰাইজে অনুষ্ঠিত কৰে ভেকুলী বিয়া। পূৰ্বপুৰুষৰ দিনৰে পৰা বৰষুণ নহ’লে স্থানীয় ৰাইজে এনে ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

ব্যতিক্ৰমী বিবাহখনত উপস্থিত থাকিল অঞ্চলটোৰ বহু সংখ্যক মহিলা-শিশুসহ স্থানীয় একাংশ কৃষক ৰাইজো।

Recent News

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

Assam Career

Assam Career : নগাঁও জি.এন.ডি. জি. কমাৰ্চ কলেজত কনিষ্ঠ সহায়ক আৰু পুথিভঁৰাল সহায়কৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd