• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কৃষক আন্দোলনত শ্বহীদ কৃষকৰ তথ্য নাই; সেয়ে ক্ষতিপূৰণৰ প্ৰশ্ন নাহে!

সঁচাকৈয়ে কৃষকৰ প্ৰতি সদিচ্ছা আছে নে কেন্দ্ৰীয় চৰকাৰৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2021 9:07 pm
Farmer Protest
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৯ নৱেম্বৰত এক আৱেগিক ভাষণেৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আইন বাতিল কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছতেই বিৰোধীয়ে দাবী কৰিছিল যে কেন্দ্ৰীয় চৰকাৰৰ কৃষকৰ প্ৰতি কোনো সৎ অভিপ্ৰায় নাই। মাত্ৰ আগন্তুক নিৰ্বাচনৰ স্বাৰ্থতহে চৰকাৰে কৃষি আইন বাতিলৰ সিদ্ধান্ত লৈছে।

বিৰোধীৰ এই দাবীয়েই এতিয়া সত্যত পৰিণত হোৱাৰ উপক্ৰম হৈছে। ইতিমধ্যে সংসদত কৃষি আইন বাতিল বিধেয়ক গৃহীত হৈছে। কিন্তু প্ৰতিবাদী কৃষক সকলে MSP কে ধৰি আন দাবীৰ ওপৰত চৰ্চা কৰিবলৈ দাবী জনাই আহিছে। লগতে প্ৰতিবাদী শ্বহীদ কৃষকৰ ক্ষতিপূৰণৰো দাবী তুলিছে কৃষক নেতা সকলে।

Apply Now

কৃষক আন্দোলনৰ নেতৃত্বই দাবী কৰিছে যে তেওঁলোকৰ আন্দোলনৰ সময়ত ৭০০ ৰো অধিক কৃষকৰ মৃত্যু হৈছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে মন্তব্য কৰিছে যে চৰকাৰৰ ওচৰত এই বিষয়ে কোনো তথ্য নাই। সেয়ে ক্ষতিপূৰণ দিয়াৰ কোনো অৱকাশ নাই।

বিৰোধীয়ে সংসদত এক লিখিত প্ৰশ্নৰ জৰিয়তে আন্দোলনৰ সময়ত মৃত্যু হোৱা কৃষকসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰই কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰে।

ইয়াৰ উত্তৰত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে কয়, “কিমান জন কৃষকৰ মৃত্যু হৈছে সেই সন্দৰ্ভত কৃষি মন্ত্ৰালয়ৰ ওচৰত কোনো তথ্য নাই, সেয়েহে ক্ষতিপূৰণৰ কোনো প্ৰশ্নই নাই।”

যোৱা বছৰনৱেম্বৰৰ পৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে সিংগু, টিক্ৰি আৰু গাজীপুৰ সীমান্তত কৃষকৰ আন্দোলনত ৭০০ ৰো অধিক কৃষকৰ মৃত্যু হৈছে বুলি কৃষক আন্দোলনৰ নেতাসকলে দাবী কৰিছে।

আন্দোলনৰ সময়ত মুখ্যতঃ বেয়া বতৰ, অসুস্থতা আৰু আত্মহত্যাৰ কাৰণত কৃষকসকলৰ মৃত্যু হৈছে। বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰক মৃত কৃষকসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে।

কিন্তু কৃষি মন্ত্ৰীয়ে তেওঁৰ উত্তৰত ইংগিত দিছিল যে কেন্দ্ৰৰ এতিয়াৰ বাবে বিষয়টোত কোনো পৰিকল্পনা নাই।

এতিয়া নিশ্চিতভাৱে প্ৰশ্ন উত্থাপন হয়, কৃষকসকলৰ প্ৰতি নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰৰ সঁচাকৈয়ে সদিচ্ছা আছে নে ? মোদী চৰকাৰৰ ভুল নীতিৰ প্ৰতিক্ৰিয়া স্বৰূপেই মৃত্যুৰ সন্মুখীন হোৱা কৃষকসকলৰ পৰিয়ালে ক্ষতিপূৰণ লাভ নকৰাৰ কিয় অৱকাশ নাথাকিব ?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd