• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংসদত গৃহীত হোৱা আইন মানিবলৈ বাধ্য ৰাজ্য; CAAসন্দৰ্ভত অন্য সুৰ কপিল ছিবালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 19, 2020 3:47 pm
18THKAPILSIBAL

কপিল ছিবাল

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংধোধিত নাগৰিকত্ব আইন(CAA)সন্দৰ্ভত সম্প্ৰতি দেশৰ বিভিন্ন প্ৰান্তত ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ চলিছে।

কংগ্ৰেছকে ধৰি বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহৰ শাসনত থকা ৰাজ্যসমূহে কা ৰূপায়ন নকৰে বুলি স্পষ্ট কৰি দিছে।

Apply Now

বাঁওপন্থী শাসিত কেৰালা আৰু কংগ্ৰেছ শাসিত পঞ্জাৱ বিধানসভাই ইয়াৰ বিৰুদ্ধে প্ৰস্তাৱো গ্ৰহণ কৰিছে।

এনে সময়তে দলৰ মতৰ বাহিৰলৈ আহি মন্তব্য কৰা দেখা গ’ল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল ছিবালক।

সংসদত গৃহীত হোৱা সংশোধিত নাগৰিকত্ব আইন ৰাজ্যসমূহে মানিবলৈ বাধ্য বুলি মন্তব্য কৰি ছিবালে কয় যে ইয়াৰ অন্যথা সাংবিধানিক সংকট সৃষ্টি হ’ব পাৰে।

শনিবাৰে কোঝিকোডত কেৰালা লিটাৰেশ্যাৰ ফেষ্টিভেলৰ অনুষ্ঠানত বক্তৃতা প্ৰদান কৰি দেশৰ প্ৰাক্তন আইন মন্ত্ৰী গৰাকীয়ে উক্ত মন্তব্য কৰে।

তেওঁ কয়,’’ সংধোধিত নাগৰিকত্ব আইন গৃহীত হোৱাৰ পাছত কোনো ৰাজ্যই সেইটো কাৰ্যকৰী নকৰো বুলি ক’ব নোৱাৰিব। এয়া কেতিয়াও সম্ভৱ নহয়। কিয়নো এইটো অসাংবিধানিক। আপোনালোকে ইয়াৰ বিৰোধিতা কৰিব পাৰে, বিধানসভাত ইয়াৰ বিৰুদ্ধে সিদ্ধান্ত ল’ব পাৰে। সেয়াই নহয়, কেন্দ্ৰীয় চৰকাৰক আইনখন প্ৰত্যাহাৰৰ বাবে হেচাও দিব পাৰে।‘’

তেওঁ লগতে কয়,’’ইয়াৰ পাছতো যদি কোনো পৰিৱৰ্তন নহয়, তেনেহ’লে ৰাজ্যসমূহে সংবিধান অনুসৰি এই আইন মানিবলৈ বাধ্য থাকিব। কোনোৱে এইখন ৰূপায়ন নকৰো বুলি ক’ব নোৱাৰিব। তেতিয়া সমস্যা আকৌ বাঢ়িব, নতুন নতুন অসুবিধাৰ সৃষ্টি হ’ব।‘’

অৱশ্যে ব্যক্তিগতভাৱে তেওঁ কা’ৰ বিৰোধী বুলিও জানিবলৈ দিয়ে। দেশজুৰি চলা প্ৰতিবাদ সন্দৰ্ভত তেওঁ কয় যে বিভিন্ন প্ৰান্তত শিক্ষাৰ্থী, দুখীয়া তথা মধ্যবিত্ত শ্ৰেণীৰ লোক এই আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ওলাই আহিছে যদিও তেওঁলোকে কোনো ৰাজনৈতিক দলৰ হৈ অহা নাই।

তেওঁ কয় যে প্ৰকৃততে আজিৰ ভাৰতীয়সকলে আগন্তুক ভাৰতৰ কথা ভাবি আতংকিত হৈছে। সেয়েহে আগন্তুক ভাৰতক ৰক্ষা কৰাৰ স্বাৰ্থত তেওঁলোকে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd