• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিগত ৪ মাহত কোনো হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা নাই মণিপুৰত’ কিমান সত্য অমিত শ্বাহৰ এই দাবী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2025 8:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘নৱেম্বৰৰ পৰা মণিপুৰত কোনো হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা নাই’ বুলি অমিত শ্বাহে কৰা দাবীৰ পৰিৱৰ্তে মণিপুৰত তাৰ পিছৰ পৰা প্ৰত্যক্ষ সংঘৰ্ষত ২১ জন লোকৰ মৃত্যু হৈছে

ৰাজ্যসভাত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ বিষয়ে আলোচনাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰে যে, নৱেম্বৰৰ পৰা মণিপুৰত কোনো ধৰণৰ হিংসা হোৱা নাই।

Apply Now

২০২৪ চনৰ নৱেম্বৰৰ পৰা ২০২৫ চনৰ মাৰ্চ মাহৰ ভিতৰত মণিপুৰত কমেও ৩৪ জন লোকৰ মৃত্যু হৈছে – প্ৰত্যক্ষ সংঘাতত ২১ জন আৰু সাহায্য শিবিৰত ১৩ জন লোকৰ মৃত্যু হৈছে, যিটো চিকিৎসাৰ অৱহেলাৰ বাবে হোৱা বুলি স্থানীয় লোকে দাবী কৰে। নিহতসকলৰ ভিতৰত আছে শিশু, প্ৰব্ৰজিত শ্ৰমিক, গাঁৱৰ স্বেচ্ছাসেৱক আৰু প্ৰতিবাদকাৰী।

২০২৫বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ পিছতো মৃত্যুৰ সংখ্যা কমা নাই। ১১ নৱেম্বৰত মণিপুৰত আটাইতকৈ বেছি হিংসাত্মক বিস্ফোৰণ ঘটিছিল। জিৰিবাম জিলাত বৰোবেকৰা সাহায্য শিবিৰৰ সমীপৰ মেইটেইৰ ঘৰত সন্দেহযুক্ত কুকি বিদ্ৰোহীয়ে আক্ৰমণ চলাই। দুবছৰীয়া শিশুসহ এটা মেইটেই পৰিয়ালৰ ছয়জন সদস্য নিৰুদ্দেশ হয়। পৰৱৰ্তী সময়ত চুবুৰীয়া অসমৰ বৰাক নদীত তেওঁলোকৰ জ্বলি যোৱা আৰু পচি যোৱা মৃতদেহ উদ্ধাৰ হয়। সেইদিনা বিয়লি উগ্ৰপন্থীয়ে চি আৰ পি এফৰ এটা শিবিৰত আক্ৰমণ প্ৰত্যাক্ৰমণত ১১ জন সন্দেহযুক্ত কুকি উগ্ৰপন্থী নিহত হয়। চৰকাৰে তেওঁলোকক বিদ্ৰোহী বুলি অভিহিত কৰিছিল  কুকি-জো কাউন্সিলে তেওঁলোকক গাঁও প্ৰতিৰক্ষা স্বেচ্ছাসেৱক বুলি হে চিনআক্ত কৰিছিল। ইয়াৰ প্ৰতিবাদত পৰিষদে পাহাৰীয়া জিলাসমূহত ১৩ ঘণ্টীয়া বন্ধ বলবৎ কৰে।

তাৰ কিছুদিন পিছতে যেতিয়া জিৰিবামত হত্যাকাণ্ডক লৈ প্ৰতিবাদৰ সৃষ্টি হয়, তেতিয়া নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষৰ সময়ত ২০ বছৰীয়া প্ৰতিবাদকাৰী কে আথৌবাক গুলীয়াই হত্যা কৰা হয়।

ডিচেম্বৰ মাহটো, ১৪ ডিচেম্বৰত কাকচিং জিলাৰ কেৰাকত বিহাৰৰ গোপালগঞ্জৰ পৰা দুজন কিশোৰ প্ৰব্ৰজিত শ্ৰমিক – সুনালাল কুমাৰ (১৮) আৰু দশ্ৰথ কুমাৰ (১৭) – কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে নিহত হৈছিল। আৰক্ষীয়ে নিশ্চিত কৰিছে যে তেওঁক অজ্ঞাত আক্ৰমণকাৰীয়ে আক্ৰমণ কৰিছিল, আৰু এতিয়াও গোচৰটো সমাধান হোৱা নাই। সেই মাহতে তেতিয়াৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৰাজহুৱাভাৱে ক্ষমা বিচাৰি ৰাজ্যখনে শান্তি নিশ্চিত কৰাত ব্যৰ্থ হোৱা বুলি স্বীকাৰ কৰিছিল।

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত যেতিয়া ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল, ৰাষ্ট্ৰপতি শাসনে স্হান্তি ঘুৰাই আনিব বুলি বহু জনে অশা কৰিছিল কিন্তু ইয়ৰ পিছতো কমা নাই মৃত্যুৰ হাৰ। ৮ মাৰ্চত মণিপুৰত হিংসাত্মক সংঘৰ্ষত এজন কুকি লোক নিহত হয় আৰু ৪৮ জন কুকি লোক আহত হয়, সংঘৰ্ষত ২৭ জন নিৰাপত্তাৰক্ষীও আহত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উপত্যকা আৰু পাহাৰৰ মাজত মুক্ত চলাচলৰ নিৰ্দেশ দিয়া দিনটোতে সংঘটিত হয় এই ঘটনা।

হিংসাৰ বাহিৰেও সাহায্য শিবিৰৰ ভিতৰত এক নীৰৱ সংকটৰ সৃষ্টি হৈছে। কুকি খাংলাই লম্ম্পিয়ে দাবী কৰা মতে, চিকিৎসা সেৱাৰ অভাৱত নৱেম্বৰৰ পৰা কুকি-জো সম্প্ৰদায়ৰ কমেও ১৩ জন স্থানচ্যুত লোকৰ মৃত্যু হৈছে। কেন্দ্ৰীয় চৰকাৰে স্বাভাৱিক অৱস্থা ঘূৰি অহা বুলি দাবী কৰাৰ বিপৰীতে মণিপুৰ এতিয়াও নিয়ন্ত্ৰিত হোৱা নাই মণিপুৰৰ পৰিস্থিতি।

উল্লেখ্য যে ২০২৩ চনৰ মে’ মাহত হিংসাত্মক পৰিস্থিতি আৰম্ভ হোৱাৰ পিছত ২৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু ৬০ হাজাৰৰো অধিক লোক এতিয়াও সাহায্য শিবিৰত বসবাস কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd