DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুখবৰ! মাত্ৰ ৭ হাজাৰ টকাতে গুৱাহাটী-বেংকক পোনপটীয়া বিমানসেৱা অচিৰেই

এন ই নাও নিউজ by এন ই নাও নিউজ
August 12, 2019 7:40 pm
Nok Air main
1.9k
VIEWS
Share on FacebookShare on Twitter

বেংকক ভ্ৰমণলৈ যাব খোজা উত্তৰ-পূবৰ লোকসকলৰ বাবে সুখবৰ কঢ়িয়াই নক এয়াৰে গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া বিমানসেৱা প্ৰৱৰ্তন কৰিবলৈ ওলাইছে।

নক এয়াৰ (Nok Air) থাইলেণ্ডৰ এটা বিমান পৰিবহণ কোম্পানি, যিটোৱে সাধাৰণতে দেশখনত অভ্যন্তৰীণ বিমানসেৱা আগ বঢ়ায়। ই কম খৰচীও।

বিমান পৰিবহণ কোম্পানিটোৱে জনোৱামতে, বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বেংককলৈ আৰু বেংককৰ পৰা গুৱাহাটীলৈ উভয় দিশত নক এয়াৰৰ সপ্তাহত দুটা খেপ থাকিব।

প্ৰথমটো বিমান যাত্ৰা অহা ২২ ছেপ্টেম্বৰত মুকলি কৰা হ’ব।

বেংকক-গুৱাহাটীৰ পোনপটীয়া যাত্ৰাটোত সময় লাগিব ৩ ঘণ্টাতকৈ কম। টিকটৰ দাম আৰম্ভ হ’ব ৬,৯৯৯ টকাৰ পৰা। বিমান পৰিবহণ কোম্পানিটোৱে জনালে।

Nok Air

প্ৰাৰম্ভিক পৰ্য্যায়ত যাত্ৰীলৈ কোম্পানিটোৱে বিনামূলীয়াকৈ আহাৰ আগ বঢ়াব আৰু ২০ কেজি পৰ্য্যন্ত মালবস্তু মাচুলবিহীনভাৱে লগত কঢ়িয়াবলৈ দিব।

কোম্পানিটোৱে প্ৰকাশ কৰা সূচীমতে, DD4117 ফ্লাইটখন ৰাতি ১:৪০ বজাত (ভাৰতীয় সময়) বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰি পুৱা ৬ বজাত (বেংককৰ সময়) বেংককৰ ডন মুৱেং আন্তঃৰাষ্ট্ৰীয় এয়াৰপ’ৰ্টত উপস্থিত হ’ব।

আনহাতে আনটো দিশৰ পৰা DD4116 ফ্লাইটখন প্ৰতি বুধবাৰ আৰু শনিবাৰে বেংককৰ বিমানবন্দৰটোৰ পৰা উৰা মাৰিব। বেংককৰ সময়মতে আবেলি ১১:৩০ বজাত উৰা মাৰি বৰঝাৰত ভাৰতীয় সময়মানৰ ৰাতি ১২:৪০ বজাত উপস্থিত হ’ব।

Recent News

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd