• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দলীয় টিকটৰ পৰা বঞ্চিত দুধনৈৰ বিধায়ক দীপক কুমাৰ ৰাভাৰ মনোনয়নপত্ৰ দাখিল

নীলমণি শৰ্মা by নীলমণি শৰ্মা
March 19, 2021 8:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত  কোন প্ৰাৰ্থীয়ে কিমান সমৰ্থকক লৈ মনোনয়ন দিবলৈ গৈ শক্তি প্ৰদৰ্শন কৰিব পাৰে তাৰেই প্ৰতিযোগিতা চলিছে ৩৬ নং দুধনৈ (জনজাতি) বিধানসভা সমষ্টিত!

“খেলা হবে” শ্লোগান, দলীয় পতাকা, শোভাযাত্ৰা আৰু ডি.জে.ৰ বিকট শব্দত নিৰ্বাচনী গানে উত্তাল কৰিছে দুধনৈৰ পৰিবেশ৷

Apply Now

এইবাৰ সমষ্টিটোত মুলত যুঁজ হব বিজেপি মিত্ৰজোঁট ৰাভা হাছং যৌথমঞ্চৰ মনোনীত প্ৰাৰ্থী আৰছুৰ সদ্য প্ৰাক্তন সম্পাদক বিজেপি প্ৰাৰ্থী শ্যামজিৎ ৰাভা, কংগ্ৰেছৰ যুৱ নেতা যাদৱ স্বৰ্গীয়াৰী আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাবে অবতীৰ্ণ হোৱা বৰ্তমানৰ বিধায়ক দীপক কুমাৰ ৰাভাৰ মাজত৷

যোৱা ১৮ মাৰ্চত বিজেপি প্ৰাৰ্থী শ্যামজিৎ ৰাভাই তিনি সহস্ৰাধিক সমৰ্থকক লগতলৈ গোৱালপাৰা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰি শক্তি প্ৰদৰ্শন কৰাৰ পিচত আজি কংগ্ৰেছ প্ৰাৰ্থী যাদৱ স্বৰ্গীয়াৰী আৰু বিধায়ক দীপক কুমাৰ ৰাভাই সমসংখ্যক সমৰ্থকক লগত লৈ গোৱালপাৰাত মনোনয়ন দাখিল কৰি নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়৷

আজি ৰাতিপুৱা কংগ্ৰেছ প্ৰাৰ্থী যাদব স্বৰ্গীয়াৰীয়ে কলেজ ৰোডত থকা গোৱালপাৰা জিলা আবছুৰ কাৰ্যালয়ত নিৰ্বাচনত সফলতা কামনা কৰি যাদৱ স্বৰ্গীয়াৰীয়ে বড়ো সকলৰ আৰাধ্য দেৱতা বাথৌ দেৱতাক পূজা- অৰ্চনা আগবঢ়াই দুধনৈ ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত গৈ উপস্থিত হয় আৰু তাৰ পৰাই সমৰ্থক সহ বিজেপি বিৰোধী ধ্বনি দি সহস্ৰাধিক সমৰ্থকৰ সৈতে গোৱালপাৰালৈ ৰাওঁনা হয়৷

যাদৱ স্বৰ্গীয়াৰীয়ে মনোনয়ন দাখিলৰ আগমূহুৰ্তত কয় যে, এইবাৰ নিৰ্বাচনত বিজেপিক ৰাইজে প্ৰত্যাখ্যান কৰি কংগ্ৰেছক জয়ী কৰিব৷

আনহাতে এই সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীত্ব প্ৰত্যাশী কেইগৰাকীৰ মাজত টিকট কেন্দ্ৰীক কোনো বিসম্বাদ নাই আৰু সকলোৱে একেলগে দলীয় স্বাৰ্থত কংগ্ৰেছৰ হৈ কাম কৰি যাব বুলি কয়৷

ইপিনে দলীয় টিকটৰ পৰা বঞ্চিত দুধনৈৰ বিধায়ক দীপক কুমাৰ ৰাভাই সহস্ৰাধিক সমৰ্থকক লৈ মনোনয়ন দাখিল কৰে৷

মনোনয়ন পত্ৰ দাখিলৰ প্ৰাক মুহুৰ্তত দীপক কুমাৰ ৰাভাই বিপুল ভোটত জয়লাভ কৰিব বুলি দাবী কৰে৷

বিধায়ক দীপক কুমাৰ ৰাভাই কংগ্ৰেছ বা বিজেপি প্ৰাৰ্থী শ্যামজিৎ ৰাভাই তেওঁৰ জয়লাভত কোনোধৰণৰ হেঙাৰ সৃষ্টি কৰিব নোৱাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷

তেওঁৰ জনপ্ৰিয়তাত শংকিত হৈয়ে শ্যামজিৎ ৰাভাৰ একাংশ সমৰ্থকে দীপক কুমাৰ ৰাভাৰ সমৰ্থনত মনোনয়ন দাখিলৰ বাবে অহা বাহন আৰু সমৰ্থকক বাধা প্ৰদান কৰে বুলি অভিযোগ কৰে৷

অবশ্যে শ্যামজিৎ ৰাভাই এই অভিযোগ খণ্ডন কৰি কয় যে এই অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন৷

তেওঁক হেয় প্ৰতিপন্ন কৰাৰ বাবেই এই মিছা অভিযোগ দিয়া হৈছে বুলিও শ্যামজিৎ ৰাভাই কয়৷

মুঠতে দুধনৈ সমষ্টিত এইবাৰ তিনিকোণীয়া প্ৰতিদণ্ডিতা হোৱাটো নিশ্চিত৷

২ মে’ৰ ফলাফলেহে নিশ্চিত কৰিব ৰাইজ কাৰ পক্ষত৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd