• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৬ বছৰীয়া শিশুক যৌন নিৰ্যাতন : নাৰেংগীৰ কমলাবাগানৰ সমীৰ বৰ্মন নামৰ এজনক গ্ৰেপ্তাৰ

NE NOW NEWS মুকুট দাস
গুৱাহাটী , August 24, 2018 10:13 pm

1 min read

Assam police rescue 13 trafficked persons from sex traders in Bihar

প্ৰতীকী ছবি।

69
VIEWS
Share on FacebookShare on Twitter

৬ বছৰীয়া এটি কন্যা শিশুক যৌন নিৰ্যাতন চলোৱা বুলি উঠা অভিযোগৰ ভিত্তিত আজি নুনমাটি আৰক্ষীয়ে নাৰেংগীৰ কমলাবাগানৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ৪০ বছৰীয়া ব্যক্তিজনৰ নাম সমীৰ বৰ্মন।

আৰক্ষীৰ সূত্ৰই জনোৱামতে, এই সমীৰ বৰ্মনে ঘৃণনীয় কাণ্ড সংঘটিত কৰিছিল যোৱা ২২ আগষ্টতেই। উক্ত দিনা দিনৰ ১১.৩০ বজাত বৰ্মনে কন্যা শিশুটিক ফুচুলাই নিজৰ ঘৰলৈ নি এই পৈশাচিক কাণ্ড কৰে।

পিছদিনা শিশুটিয়ে মাকৰ আগত সেই কথা প্ৰকাশ কৰে। পিছত স্থানীয় লোকে বৰ্মনৰ বিৰুদ্ধে নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দিয়ে। সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বৰ্মনৰ বিৰুদ্ধে POCSO আইনৰ অধীনত N 496/18 নম্বৰৰ এটা গোচৰ ৰুজু কৰে।

আজি আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি জেইললৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিছে।

Recent News

গণৰাজ্য দিৱসৰ দিনটোতে কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভাৰম্ভ

গণৰাজ্য দিৱসৰ দিনটোতে কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভাৰম্ভ

বদৰপুৰৰ কংগ্ৰেছী বিধায়ক জামাল উদ্দিন আহমেদৰ আকস্মিক দেহাৱসান

বদৰপুৰৰ কংগ্ৰেছী বিধায়ক জামাল উদ্দিন আহমেদৰ আকস্মিক দেহাৱসান

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

বিৰাট আমাৰ অধিনায়ক আৰু সদায় অধিনায়ক হৈ থাকিব : আজিংক ৰাহানে

বিৰাট আমাৰ অধিনায়ক আৰু সদায় অধিনায়ক হৈ থাকিব : আজিংক ৰাহানে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd