• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্ধৰ ফলত নামনি অসমত ব্যাহত স্বাভাৱিক জীৱন-যাত্ৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 27, 2020 9:10 am
bharat-bandh-1-1140x570

ফাইল ফটো: নৰ্থইষ্ট নাও

2.3k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে আহ্বান দিয়া ১২ ঘন্টীয়া অসম বন্ধৰ ফলত নামনি অসমত স্বাভাৱিক জীৱন-যাত্ৰা প্ৰভাৱিত হৈ পৰিছে।

ৰাজ্যখনৰ বিটিএডি আৰু আন তিনিখন জিলাৰ অঞ্চল সামৰি কেন্দ্ৰীয় শাসিত পৰিষদ (য়ুটিচি) গঠনৰ বিৰোধিতা কৰি কেইবাটাও সংগঠনে এই বন্ধৰ আহ্বান দিছে।

উল্লেখ যে কেন্দ্ৰই সোমবাৰে নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰন্ট অফ বডোলেণ্ড (এন ডি এফ বি)ৰ গোটসমূহৰ সৈতে আন এখন চুক্তি কৰিবলৈ সাজু হৈছে।

বাতৰি অনুসৰি, চুক্তিৰ অংশ হিচাপে কেন্দ্ৰই বিটিএডিৰচাৰিখন জিলাক সামৰি  আৰু আন তিনিখন জিলাৰ অংশকলৈ কেন্দ্ৰীয় শাসিত পৰিষদ (য়ুটিচি) গঠনত অনুমোদন দিব পাৰে।

জানিব পৰা মতে, য়ু টি চিৰ অন্তৰ্ভুক্ত হ’বলগীয়া আন তিনিখন জিলা হৈছে শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰ জিলা।

আজিৰ বন্ধৰ আহ্বান দিয়া সংগঠনকেইটাৰ ভিতৰত আছে সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু), নাথ-যোগী ছাত্ৰ সন্থা, সদৌ বড়ো সংখ্যলঘু ছাত্ৰ সন্থা (এবিএএমছু), সদ্য আদিবাসী ছাত্ৰ সন্থা, অবড়ো সুৰক্ষা সমিতি আৰু কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা।

বন্ধৰ আহ্বান দিয়া সংগঠনকেইটাই সদৰী কৰে যে তেওঁলোকে য়ু টি চি গঠনৰ বিৰোধিতা কৰি ২৭ জানুৱাৰিৰ পৰা চৰকাৰে অঞ্চলটোত থকা অবড়ো লোকসকলৰ সৈতে ৰাজনৈতিক পৰ্যায়ত আলোচনা নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰাখিব।

আনহাতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিষয়াই নৰ্থইষ্ট নাওক জানিবলৈ দিয়ে যে বিটিএডিত কেন্দ্ৰীয় শাসিত পৰিষদ (য়ু টি চি) গঠনৰ বাতৰি সম্পূৰ্ণ মিছা।

সূত্ৰসমূহে কয় যে কেন্দ্ৰই সোমবাৰে নতুন দিল্লীত এন ডি এফ বি বিদ্ৰোহীৰ সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এখন শান্তি চুক্তিত স্বাক্ষৰ কৰিব।

আন এক সূত্ৰ অনুসৰি, বিটিচিক এক বিশেষ মৰ্যাদাৰ সৈতে অধিকা স্বায়ত্ত শাসনৰ সুবিধা দিব পাৰে।

চৰকাৰী সূত্ৰক বিশ্বাস কৰিলে প্ৰস্তাৱিত চুক্তিত স্বায়ত্ত পৰিষদখনে ভূমিপুত্ৰসকলৰ বাবে অধিকাৰ অধিকাৰ লাভ কৰাৰ লগতে “বহিৰাগত’’সকলে অঞ্চলটোত কাম কৰাৰ বাবে “পাৰ্মিট’’ ল’ব লাগিব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd