• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

উত্তৰ পূৰ্বাঞ্চলত বাঙালীসকল বিদেশী নহয় : উত্তৰ পূব বাঙালী সাহিত্য সভা

by
November 13, 2018 1:31 pm
index
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘উত্তৰ পূব বাঙালী সাহিত্য সভা’ নামৰ এটা বাঙালী সমন্বয়ক সংস্থা এটাই ১২ নৱেম্বৰ দেওবাৰে শ্বিলঙত অনুষ্ঠিত হোৱা ইয়াৰ এটা অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰি অহা বাঙালীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে আইনী আৰু সাংবিধানিক পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অসমত নাগৰিকত্ব বিধেয়ক উন্নীত কৰাৰ সময়ত ৰাজ্যখনত উদ্ভৱ হোৱা সমস্যাসমূহৰ ওপৰত আলোচনা কৰিবলৈ একত্ৰিত হোৱা প্ৰতিনিধিসকলে এই কথা পৰ্যৱেক্ষণ কৰে যে অসমত বাস কৰা বাংলাভাষী লোকসকলৰ জীৱন ধাৰণৰ অধিকাৰ খৰ্ব কৰাৰ বাবে কৰা অপচেষ্টা ওফোৰাই তেওঁলোকক যথাৰ্থ নাগৰিকৰ মৰ্যাদাৰে জীয়াই থাকিবলৈ দিবলৈ এটা সংঘবদ্ধ প্ৰয়াস আৱশ্যম্ভৱী হৈ পৰিছে।

Apply Now

তেওঁলোকে দৃঢ়তাৰে কয় যে বাঙালীসকলে এই অঞ্চলত শতিকাৰ পৰা শতিকা ধৰি বসবাস কৰি আহিছে আৰু তেওঁলোক হৈছে অবিভক্ত অসমৰ খিলঞ্জীয়া অধিবাসী। বাঙালীসকলক বিদেশী সজাবলৈ কৰা কোনো অপচেষ্টা হৈছে ন্যায়িক ব্যৱস্থাৰ অপমৃত্যু আৰু এই ক্ষেত্ৰত ঐতিহাসিক আৰু সাংবিধানিক সাক্ষ্যসহ সৰ্বোচ্চ ন্যায়ালয়ত এই অপচেষ্টাক প্ৰত্যাহ্বান জনোৱা হ’ব।

অসমত বাঙালীসকলক কৰা নিৰ্যাতন আৰু এই ক্ষেত্ৰত বহুতো নিৰ্যাতিতই আত্মহত্যাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সন্দৰ্ভত সমগ্ৰ দেশকে সজাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ‘উত্তৰ পূব বাঙালী সাহিত্য সভা’ই।

এই প্ৰতিনিধিদলটোৰ সভাপতিত্ব কৰে মেঘালয়ৰ প্ৰাক্তন মন্ত্ৰী পদ্মশ্ৰী মানস চৌধুৰীয়ে। প্ৰতিনিধিৰ দলটোত শ্বিলঙৰ উপৰিও অসম, পশ্চিম বেংগল, ত্ৰিপুৰা, দিল্লীৰ প্ৰতিনিধিও আছিল।

সভাত অসমৰ পৰা যোৱা বিধায়ক কামাখ্যা দে পুৰকায়স্থ, অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ জে বি ভট্টাচাৰ্য, মেঘাল শিক্ষা পৰিষদৰ প্ৰাক্তন সঞ্চালক ড০ এছ কে চট্টোপাধ্যায়, সমাজ কৰ্মী ড০ সুব্ৰত দাস, সৰ্বোচ্চ ন্যায়ালয়ৰ অভিবক্তা এ পাল, গুৱাহাটীৰ ড০ অধ্যাপক তিমিৰ দে, দিল্লীৰ জ্যেষ্ঠ সাংবাদিক ৰত্নজ্যোতি দত্ত, বৰাক উপত্যকাৰ সমাজ কৰ্মী শুভদীপ দত্ত, কলকাতাৰ তপন বিশ্বাস, কলকাতাৰ মহম্মদ আবু হেনা, গুৱাহাটীৰ জয়ন্ত বিশ্বাস, শিলচৰৰ মিহিৰ নন্দী, ত্ৰিপুৰাৰ চন্দ্ৰ শেখৰ বসাক, গুৱাহাটীৰ সাংবাদিক সুদীপ শৰ্মা চৌধুৰী, অসমৰ অসীম বসাক আৰু ‘উত্তৰ পূব বাঙালী সাহিত্য সভা’ৰ সাধাৰণ সম্পাদক সঞ্জয় সাহা আদি বক্তাই  ভাষণ ৰাখে। অলপতে ধলা হত্যাকাণ্ডত নিহত হোৱা ৫জন লোকৰ স্মৃতিত ১ মিনিট সময় মৌনতা অৱলম্বন কৰাৰ পাছত সভাখন আৰম্ভ কৰা হয়।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd