• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত এফ চি গোৱাৰ বিৰুদ্ধে অতিৰিক্ত সময়ত গ’ল হজমেৰে পইণ্ট ভগাবলৈ বাধ্য হ’ল নৰ্থ-ইষ্ট য়ুনাইটেড

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 2, 2019 7:45 am

2 min read

Manvir-Singh-

খেলৰ অন্তিম সময়ত মনভীৰ সিঙে দিয়া গ'লটো

1.3k
VIEWS
Share on FacebookShare on Twitter

আই এছ এলৰ ষষ্ঠ সংস্কৰণৰ শুকুৰবাৰে অনুষ্ঠিত হোৱা নৰ্থ-ইষ্ট য়ুনাইটেড আৰু এফ চি গোৱাৰ মাজৰ খেলখন ২-২ গ’লত ড্ৰ ৰূপে সামৰণি পৰে।

গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত ঘৰুৱা দৰ্শকৰ সন্মুখত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা খেলখনত নৰ্থ-ইষ্ট য়ুনাইটেডে উজ্জীৱিত খেল দাঙি ধৰিলেও অন্তিম সময়ত স্নায়ুৰ যুজত পৰাস্ত হৈ আলহী দলটোৰ সৈতে পইণ্ট ভগাই লবলৈ বাধ্য হয়।

নৰ্থ-ইষ্ট য়ুনাইটেডৰ হৈ খেলৰ দ্বিতীয়াৰ্ধত ৫৪ মিনিটত আছাম’হ গ্যান আৰু ৭৪ মিনিটত ৰীডিম টিলাঙে গ’ল স্কোৰ কৰাৰ বিপৰীতে এফ চি গোৱাৰ হৈ ৩১ মিনিটত হুগ ব’ওম’ছে আৰু (৯০+৬) মিনিটত মনভীৰ সিঙে গ’ল কৰে।

বিধি নিষিদ্ধ খেল আৰু ৰেফাৰীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হোৱা বাবে এফ চি গোৱাৰ খেলুৱৈ ছেমিনলেন দোংগেলক ৰেফাৰীয়ে ৰঙা কাৰ্ড দেখুৱায়।

উল্লেখযোগ্য যে, তীব্ৰ উত্তেজনা পূৰ্ণ খেলখনত ৩১ মিনিটত গোৱাই প্ৰথমটো গ’ল কৰি অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় যদিও খেলৰ দ্বিতীয়াৰ্ধত ঘৰুৱা দল নৰ্থ-ইষ্ট য়ুনাইটেডে খেলৰ চোক বৃদ্ধি কৰি ৫৪ মিনিটত গ’লটো পৰিশোধ কৰাৰ লগতে ৭৪ মিনিটত আন এটা গ’ল কৰি অগ্ৰগতি লাভ কৰে।

নিৰ্ধাৰিত ৯০ মিনিটলৈ খেলখনত নৰ্থ-ইষ্ট য়ুনাইটেড ২-১ গ’লত আগবাঢ়ি আছিল যদিও অতিৰিক্ত ৬ মিনিটত মনভীৰ সিঙে এটা চমকপ্ৰদ গ’লেৰে এফ চি গোৱাৰ হৈ সমতা স্থাপনৰ লগতে নৰ্থ-ইষ্ট য়ুনাইটেডৰ জয়ৰ আশা নিৰ্বাপিত কৰে।

নৰ্থ-ইষ্ট য়ুনাইটেডে চলিত চিজনত বৰ্তমানলৈ খেলা ৩ খন খেলৰ এখনত জয় আৰু দুখনত ড্ৰৰে মুঠ ৫ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ চতুৰ্থ স্থানত আছে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd