DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত পৰৱৰ্তী কেইদিনমান ধৰি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2020 10:40 am
Story-3-1140x570

প্ৰতিনিধিত্বমূলক ফটো

2.6k
VIEWS
Share on FacebookShare on Twitter

অসম, অৰুণাচল প্ৰদেশ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহত অহা কেইদিন ধৰি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

ভাৰতীয় বতৰবিজ্ঞান বিভাগে শনিবাৰে জাৰি কৰা তথ্য অনুসৰি,’’অসম, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু উপ-হিমালয় অঞ্চলৰ পশ্চিমবংগ তথা ছিকিমৰ বিভিন্ন প্ৰান্তত প্ৰবলৰ পৰা অতি প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।‘’

বতৰবিজ্ঞান বিভাগে লগতে দক্ষিণ-পশ্চিম আৰৱ সাগৰৰ ওপৰেৰে প্ৰতিঘন্টাত ৪০-৫০ কি:মি: বেগত প্ৰবল স্থলবতাহ বলাৰ আগজাননী দিছে।

উক্ত অঞ্চলসমূহত মাছমৰীয়াসকলক ওলাই নাযাবলৈ কোৱা হৈছে।

বতৰবিজ্ঞান বিভাগে লগতে পশ্চিম ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত  পৰৱৰ্তী পাঁচদিনৰ বাবে গ্ৰীষ্ম প্ৰবাহৰ সম্ভাৱনাৰ বিষয়েও আগজাননী দিছে।

Recent News

দিখৌত জাপ দি আত্মহত্যা কৰা শিৱসাগৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াৰ ঘটনাৰ নতুন মোৰ; মাতৃৰ এজাহাৰ

দিখৌত জাপ দি আত্মহত্যা কৰা শিৱসাগৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াৰ ঘটনাৰ নতুন মোৰ; মাতৃৰ এজাহাৰ

Assam HS results 2022: ২৭জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল; জনালে মুখ্যমন্ত্ৰীয়ে

Assam HS results 2022: ২৭জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল; জনালে মুখ্যমন্ত্ৰীয়ে

আমেৰিকা যুক্তৰাষ্ট্ৰত বাতিল কৰা হৈছে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰত বাতিল কৰা হৈছে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ

Rahul Gandhi’s office attacked: কেৰালাত ৰাহুল গান্ধীৰ সাংসদ কাৰ্যালয়ত এছএফআইৰ তাণ্ডৱ; চিপিআইএমৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছৰ

Rahul Gandhi’s office attacked: কেৰালাত ৰাহুল গান্ধীৰ সাংসদ কাৰ্যালয়ত এছএফআইৰ তাণ্ডৱ; চিপিআইএমৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd