• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূবত উন্মোচন হ’ব প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথমটো প্ৰতিমুৰ্তি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 24, 2020 4:30 pm

1 min read

Vajpayee

ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ফাইল ফটো। উৎস : ইণ্টাৰনেট

3.7k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব ভাৰতে ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথমটো প্ৰতিমুৰ্তি লাভ কৰিব।

ইষ্ট-ৱেষ্ট কৰিড’ৰৰ জিৰো পইণ্টত ১৫ লাখ টকা ব্যয় সাপেক্ষে ১৩ ফুট উচ্চতাৰ বাজপেয়ীৰ প্ৰতিমুৰ্তিটো নিৰ্মাণ কৰা হ’ব।

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমৰ মুখ্য মন্ত্ৰী সৰ্বনন্দ সোণোৱালৰ উপস্থিতিত প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ প্ৰতিমুৰ্তিটো উন্মোচন কৰিব।

শিল্পী চন্দ্ৰশেখৰ দাসে কলকাতাৰ ষ্টুডিঅ’ত চাৰি মাহত বাজপেয়ীৰ প্ৰতিমুৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছে।

শিলচৰৰ সাংসদ ড০ ৰাজদ্বীপ ৰয়ৰ পৰিকল্পনাৰে আৰু প্ৰায় ১১ হাজাৰ বিজেপি সমৰ্থকৰ সমৰ্থনেৰে বাজপেয়ীৰ প্ৰতিমুৰ্তিটো স্থাপন কৰাৰ মহান উদ্দেশ্য বাস্তবায়িত কৰাৰ দিশত আগবাঢ়িছে।

শিলচৰৰ সাংসদ গৰাকীয়ে নিজেই প্ৰতিমুৰ্তিটোৰ বাবে ১ লাখ টকা আগবঢ়াইছে।

‘‘বৰাক উপত্যকাৰ জনসাধাৰণ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীক লৈ অতি আৱেগিক। বাজপেয়ীয়ে ১৯৮৪ চনত মোৰ গৃহত তিনিদিন থাকি গৈছে,’’ শিলচৰৰ বিজেপিৰ সাংসদ গৰাকীয়ে লগতে কয়।

কেন্দ্ৰী মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ প্ৰতিমুৰ্তি উন্মোচন কৰাৰ লগতে শিলচৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনটো অংশগ্ৰহণ কৰিব।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd