• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আই এছ এলত তৃতীয়খন খেলত পৰাজয়ৰ সন্মুখিন নৰ্থ-ইষ্ট য়ুনাইটেড

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 9, 2021 6:09 pm

1 min read

আই এছ এলত তৃতীয়খন খেলত পৰাজয়ৰ সন্মুখিন নৰ্থ-ইষ্ট য়ুনাইটেড
168
VIEWS
Share on FacebookShare on Twitter

চলিত ইণ্ডিয়ান চুপাৰ লীগ ফুটবল প্ৰতিযোগিতাত তৃতীয় পৰাজয়ৰ সন্মুখিন হৈছে নৰ্থ-ইষ্ট য়ুনাইটেড।

তিলক ময়দানত শুকুৰবাৰে নিশা অনুষ্ঠিত হোৱা হোৱা এখন খেলত হায়দৰাবাদ এফ চিয়ে নৰ্থ-ইষ্ট য়ুনাইটেডক ৪-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

খেলখনৰ প্ৰথমাৰ্ধতে হায়দৰাবাদ এফ চিয়ে ৩ আৰু ৩৬ মিনিটত গ’ল দি ২-০ৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ’য় যদিও ৪৫ মিনিটত নৰ্থ-ইষ্ট য়ুনাইটেডৰ ফেডৰিকো গালাগোৱে পেনাল্টীৰ সহায়ত গ’ল স্কোৰ কৰি ব্যৱধান ২-১লৈ হ্ৰাস কৰে।

আনহাতে, প্ৰথমাৰ্দ্ধৰ ইনজুৰী টাইমত নৰ্থ-ইষ্ট বেঞ্জামিন লাম্বাটে গ’ল স্কোৰ কৰি ব্যৱধান ২-২ লৈ লৈ যায়।

আনহাতে, খেলৰ দ্বিতীয়াৰ্দ্ধত হায়দৰাবাদ এফ চিৰ হৈ লিষ্টন কলাচোৱে ৮৫ আৰু ৯০ মিনিটত দুটা গ’ল দি খেলখনত হায়দৰাবাদ এফ চিৰ বিজয় সুনিশ্চিত কৰে।

হায়দৰাবাদ এফ চিৰ হৈ আন গ’ল দুটা দিয়ে ক্ৰমে আৰিডেন ছাণ্টানা আৰু জুৱেল চিয়ানীজে।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd