• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আই এছ এলত অপৰাজেয় ধাৰা ভংগ নৰ্থ-ইষ্ট য়ুনাইটেডৰ; জামছেদপুৰ এফ চিৰ বিৰুদ্ধে ১-০ গ’লত পৰাস্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 19, 2020 9:28 am

1 min read

আই এছ এলত অপৰাজেয় ধাৰা ভংগ নৰ্থ-ইষ্ট য়ুনাইটেডৰ; জামছেদপুৰ এফ চিৰ বিৰুদ্ধে ১-০ গ’লত পৰাস্ত

উৎস-টুইটাৰ

2.3k
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্ৰতিযোগিতাত অপৰাজেয় ধাৰা ভংগ হৈছে নৰ্থ-ইষ্ট য়ুনাইটেডৰ।

শুকুৰবাৰে নিশা জামছেদপুৰ এফ চিৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা খেলখনত নৰ্থ-ইষ্ট য়ুনাইটেড ১-০ গ’লত পৰাস্ত হয়।

জামছেদপুৰ এফ চিৰ অনিকেত যাদৱে ৫৩ মিনিটত দিয়া একমাত্ৰ গ’লৰ সহায়েৰে নৰ্থ-ইষ্ট য়ুনাইটেডক পৰাস্ত কৰে জামছেদপুৰে।

ইয়াৰ পূৰ্বে খেলা ছয়খন খেলত নৰ্থ-ইষ্ট য়ুনাইটেড অপৰাজেয় হৈ আছিল।

নৰ্থ-ইষ্ট য়ুনাইটেডে বিগত ছয়খন খেলৰ ভিতৰত দুখনত বিজয়ী হোৱাৰ বিপৰীতে চাৰিখন খেল ড্ৰ খেলিছিল।

বৰ্তমান দলটোৱে সাতখন খেলৰ ভিতৰত দুখনত জয়, এখনত পৰাজয় আৰু চাৰিখনত ড্ৰ খেলি মুঠ ১০ পইণ্ট সংগ্ৰহ কৰিছে।

জামছেদপুৰ এফ চিৰ বিৰুদ্ধে পৰাস্ত হলেও পৰৱৰ্তী খেলৰ বাবে নৰ্থ-ইষ্ট য়ুনাইটেড সম্পুৰ্ণ সাজু হ’ব বুলি খেলৰ অন্তত প্ৰশিক্ষক জেৰাৰ্ড নুছে মন্তব্য কৰে।

উল্লেখযোগ্য যে, শুকুৰবাৰে অনুষ্ঠিত হোৱা খেলখনত নৰ্থ-ইষ্ট য়ুনাইটেডৰ ইদ্ৰিছা ছাইলাই পেনাল্টীৰ সুবৰ্ণ সুযোগ নষ্ট কৰে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd