• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বেয়া খবৰ: ক’ৰ’ণাৰ ভেকচিন গ্ৰহণৰ পিছত মৃত্যু দুই স্বাস্থ্যকৰ্মীৰ, ক’ত?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 6, 2021 4:55 pm

1 min read

thumbnail_
265
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ ভেকচিনে ভাৰতবাসীৰ লগতে সমগ্ৰ বিশ্ববাসীৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে যদিও ভেকচিন গ্ৰহণৰ পিছত বহু ঠাইত বহু লোক অসুস্থ হৈ পৰাৰ লগতে একাধিক লোকৰ মৃত্যু ঘটাও দেখা গৈছে।

শেহতীয়াকৈ কোভিডৰ পৰীক্ষামূলক ভেকচিন গ্ৰহণ কৰাৰ পিছত আজি নৰ’ৱেত দুজনকৈ লোকৰ মৃত্যু ঘটে।

জানিব পৰা মতে স্বাস্থ্যকৰ্মী দুগৰাকীয়ে কেইদিন মানৰ পূৰ্বে ফাইজাৰৰ কোভিডৰ ভেকচিন গ্ৰহণ কৰিছিল আৰু ইয়াৰ পিছতে তেওঁলোকে বিভিন্ন শাৰীৰিক অসুবিধাত ভুগিবলৈ আৰম্ভ কৰে।

অৱশেষত আজি তেওঁলোক দুয়োৰে মৃত্যু ঘটে।

নৰ’ৱেৰ দৰেই কিছুদিন পূৰ্বে পৰ্তুগালতো ভেকচিন গ্ৰহণ কৰাৰ দুদিন পিছত এগৰাকী শিশুৰোগ বিশেষজ্ঞৰ মৃত্যু ঘটিছিল।

ফাইজাৰৰ ভেকচিনৰ এনে পাৰ্শ্ব প্ৰতিক্ৰিয়াই ভবাই তুলিছে বিশ্বৰ বিজ্ঞানীসকলক।

নৰ’ৱেৰ মেডিকেল এজেন্সীৰ সঞ্চালক ষ্টেইনাৰ মেডছেনে প্ৰকাশ কৰা মতে চৰকাৰে সমগ্ৰ বিষয়টো ফঁহিয়াই চাব।

স্বাস্থ্যকৰ্মী দুজনৰ ভেকচিন লৈ মৃত্যু ঘটিছে নে আন কোনো ৰোগত মৃত্যু ঘটিছে সেয়া পৰীক্ষা কৰি চোৱা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।

নৰ’ৱেৰ প্ৰধানমত্ৰী এৰনা ছোলবাৰ্গে দেশ খনত ক’ৰ’ণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে বাৰ আৰু ৰেষ্টুৰেণ্টসমূহ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd