• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 16, 2021 2:51 pm

2 min read

pfizer-coronavirus_vaccine-750x375-1

প্ৰতিনিধিত্বমূলক ফটো।

582
VIEWS
Share on FacebookShare on Twitter

শনিবাৰৰ পৰা ভাৰতত কৰ’না ভাইৰাছৰ টীকাকৰণ কাৰ্যসূচী আৰম্ভ হৈছে। ইয়াৰ মাজতে নৰৱেৰ পৰা আহিছে এক আতংকৰ খৱৰ।

নৰৱেত এতিয়ালৈকে ভেকচিন লোৱাৰ পাছত ২৩জন লোকৰ মৃত্যু হোৱাৰ কথা জানিব পৰা গৈছে। মৃত্যু হোৱা আটাইৰে বয়স আশীৰ উৰ্দ্ধৰ বুলি কোৱা হৈছে।

সেইদৰে ভেকচিন লোৱাৰ পাছত আৰু বহু লোক অসুস্থ হৈ পৰিছে। ইয়াৰ ফলত দেশখনত ভেকচিনৰ আতংক বিয়পি পৰিছে।

বাতৰি অনুসৰি, দেশখনত ফাইজাৰ ভেকচিনক কেন্দ্ৰ কৰি এই বিতৰ্কৰ সৃষ্টি হৈছে।

আনহাতে, ভাৰতত ছেৰাম ইনষ্টিটিউটৰ কোভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ কোভাক্সিন দিয়া হৈছে।

যোৱা ডিচেম্বৰৰ অন্তিম সপ্তাহত নৰৱেত ভেকচিন প্ৰদানৰ কাম আৰম্ভ কৰা হৈছিল। চিকিৎসকসকলে ভেকচিন দিয়াৰ পাছত মৃত্যু হোৱা লোককেইজনৰ বিষয়টো চালিজাৰি চাইছে।

দেশখনত অসুস্থ আৰু বয়সস্থসকলে ভেকচিন লোৱাটো সমস্যাজনক বুলি শংকা কৰা হৈছে। অৱশ্যে, এতিয়ালৈকে ফাইজাৰ ভেকচিনৰ বাবে উক্ত ২৩ জন লোকৰ মৃত্যু হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।

কিন্তু তেওঁলোকৰ ১৩জনৰ ডায়েৰিয়া, জ্বৰ আৰু শ্বাসকষ্টৰ দৰে লক্ষণ আছিল যিটো এই ভেকচিনৰেই পাৰ্শ্বক্ৰিয়া বুলি অনুমান কৰা হৈছে।

নৰৱে চৰকাৰে বৃদ্ধসকলক ভেকচিন দিয়াৰ ক্ষেত্ৰত সতৰ্ক হোৱাৰ নিৰ্দেশ দিছে। অধিক বয়সৰ লোকসকলৰ ক্ষেত্ৰত ভেকচিন দিয়াটো লাভদায়ক নহ’বও পাৰে বুলি জানিবলৈ দিয়া হৈছে।

এতিয়ালৈকে দেশখনৰ ৩০ হাজাৰ লোকক ভেকচিনৰ প্ৰথম ড’জ দিয়া হৈছে। কিন্তু পৰিস্থিতি দেখি সতৰ্ক হৈ পৰিছে ফাইজাৰ আৰু ইউৰোপৰ বহু স্থানলৈ ভেকচিনৰ সৰবৰাহ নিয়ন্ত্ৰণ কৰিছে সংস্থাটোৱে।

Recent News

কমিউনিষ্টসকলক য’তে দেখে, ঠিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

কমিউনিষ্টসকলক য’তে দেখে, ঠিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

IMG_20210306_150302

বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়েই মহা বিস্ফোৰণ বিতোপন শইকীয়াৰ

a raij

ৰাইজৰ দলৰ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

পাকিস্তান : আস্থাভোটত বিজয়ী হৈ সংসদত সুদৃঢ় খোপনি ইমৰাণ খান চৰকাৰৰ

পাকিস্তান : আস্থাভোটত বিজয়ী হৈ সংসদত সুদৃঢ় খোপনি ইমৰাণ খান চৰকাৰৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd